ৰ'নাল্ড': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চমুকৈ শেষ
No edit summary
1 নং শাৰী:
{{About|ব্ৰাজিলিয়ান ফুটবলাৰজন|একে নামৰ আন ব্যক্তিৰ বাবেব্যক্তি|ৰ'নাল্ড (নাম)}}
{{Multi-word family name|Nazário de Lima|Lima}}
{{Infobox football biography
30 নং শাৰী:
তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। [[পেলে|পেলেই]] সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা [[FIFA 100]]-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2010/01/01/1719502/ronaldo-is-goalcoms-player-of-the-decade|title=Ronaldo Is Goal.com's Player of the Decade|author=Goal.com team|date=1 January 2010|work=Goal.com|publisher=[[Goal.com]]|accessdate=11 January 2010}}</ref> আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।<ref>{{cite web|url=http://www.goal.com/en/news/2804/goalcom-player-of-the-decade/2009/12/28/1713063/goalcom-player-of-the-decade-results-position-by-position|title=Goal.com Player of the Decade: Results – Position By Position & The Team of the Decade Revealed|author=Goal.com team|date=28 December 2009|work=Goal.com| publisher=Goal.com|title=ESPN-soccernews|accessdate=11 January 2010}}</ref> ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।<ref>{{cite web|url=http://soccernet.espn.go.com/news/story?id=745706&sec=global&cc=5739|title=Ronaldo sets retirement date|accessdate=23 February 2010}}</ref>
 
ব্ৰাজিলৰ হৈ ৯৮ খন খেলত ৬২ টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত [[ফিফা বিশ্বকাপ|বিশ্বকাপ]] দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ল্ডনাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ৰাজিলকব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে [[গাৰ্ড মুলাৰ]]ৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।
 
খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। [[বিষ]] আৰু [[হাইপ'থাইৰ'ডিজম]]কে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।<ref>{{cite web|url=http://globoesporte.globo.com/futebol/noticia/2011/02/emocionado-ronaldo-revela-hipotiroidismo-e-da-adeus-ao-futebol.html |title=Emocionado, Ronaldo atribui adeus às dores e ao hipotireoidismo |accessdate=14 February 2011 |date=14 February 2011 |publisher=Globo.com}}</ref> ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', [[বেবেট']], কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু [[মাৰিঅ' জাগাল']])।<ref>[http://www.fifa.com/worldcup/organisation/ambassador/overview.html Brazil 2014 Ambassadors Named]</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist|2}}
 
==বাহ্যিক সংযোগ==
==External links==
{{Commons|Ronaldo}}
{{Wikiquote}}
"https://as.wikipedia.org/wiki/ৰ%27নাল্ড%27"ৰ পৰা অনা হৈছে