ৱিকিপিডিয়া:আপল’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"ৱিকিপিডিয়া:আপল’ড"-ৰ সুৰক্ষাৰ স্তৰ সলনি কৰা হৈছে: ধ্বংসপ্ৰৱণতা প্ৰতিৰোধ ([সম্পাদনা=কেৱল প্ৰশাস
বানান
 
680 নং শাৰী:
*ক'ৰবাত পোৱা কিবা ফাইল, স্বতাধিকাৰীয়ে যিটো ব্যৱহাৰত একো আপত্তি নকৰে বুলি আপুনি ভাবিছে কিন্তু এই সম্পৰ্কে আপোনাৰ ওচৰত একো অনুজ্ঞাপত্ৰৰ নমুনা নাই।
*ৰাজহুৱা অভিপ্ৰায়ত স্বত্বাধিকাৰীয়ে মুকলি কৰা কোনো ফাইল যিটোৰ সম্পূৰ্ণ মুক্ত অনুজ্ঞাপত্ৰ বা সকলো ব্যৱহাৰৰ বাবে মুক্ত পুনৰ্ব্যৱহাৰৰ অনুমতি নাই।
*ব্যৱসায়িক চিত্ৰ এজেন্সী যেনে ৰিউটাৰৰয়টাৰ্জ, এপি বা গেট্টী ইমেজৰ হাতত থকা কোনো ফাইল। কোনো বিৰল কাৰণৰ বাহিৰে "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নোৱাৰি।
 
আপোনাৰ যদি কিবা সন্দেহ আছে, অনুগ্ৰহ কৰি আপল'ড কৰাৰ আগতে কোনো অভিজ্ঞ সম্পাদকক সুধি লওক। [[:en:Wikipedia:Media copyright questions|ৱিকিপিডিয়া:মিডিয়া কপিৰাইট প্ৰশ্ন (ইংৰাজী)]]ত সদস্যসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। ধন্যবাদ।