বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

111 নং শাৰী:
*Main Religions Are Muslims 977,943 (59.37%), Hindus 662,066, Christians 5,267 (Census of India 2001).
-->
==ভৌগলিকভৌগোলিক অবস্থিতিঅৱস্থিতি আৰু ভুখণ্ড==
নামনি অসমৰ এই জিলা খনৰজিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ। বৰপেটা জিলাৰ উত্তৰে ভুটানভূটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষ্যাংশঅক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
 
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোনতকোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বয়বৈ গৈছে।
 
==জলবায়ু==