বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

111 নং শাৰী:
*Main Religions Are Muslims 977,943 (59.37%), Hindus 662,066, Christians 5,267 (Census of India 2001).
-->
==ভৌগোলিক অৱস্থিতি আৰু ভুখণ্ডভূখণ্ড==
নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ। বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।