বোকাখাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Chikunatar.jpg নাই
No edit summary
1 নং শাৰী:
{{Infobox settlement
| name = Bokakhat
| native_name = বোকাখাটবোকাখাত
| native_name_lang = as
| other_name =
59 নং শাৰী:
| footnotes =
}}
'''বোকাখাটবোকাখাত''' ({{Lang-en|Bokakhat}})(IPA: ˌbəʊkəˈkɑːt) [[অসম]]ৰ [[গোলাঘাট জিলা]]ত অৱস্থিত এখন নগৰ৷ <ref>http://bokakhat.gov.in/</ref>
 
==ভৌগোলিক বিৱৰণ==
বোকখাটবোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, [[যোৰহাট]] আৰু [[গুৱাহাটী]]৷ তাৰোপৰি বোকাখাটৰবোকাখাতৰ নিকটতম ৰে'লৱে ষ্টেচন দুটা হৈছে, বাদুলিপাৰ আৰু ফৰকাটিং৷
 
==জনসংখ্যা==
২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাটৰবোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷<ref>{{GR|India}}</ref>ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাটৰবোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ <ref>http://bokakhat.gov.in/</ref>
==ৰাজনীতি==
==পৰ্যটনস্থলী==
বোকাখাটৰবোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷
 
==তথ্যসুত্ৰ==
"https://as.wikipedia.org/wiki/বোকাখাত"ৰ পৰা অনা হৈছে