বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

svg চিত্র
49 নং শাৰী:
== ইতিহাস ==
খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা [[মধ্য ভাৰতীয় আৰ্যভাষাসমূহ]]ৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বাংলা ভাষাটোৱো এটা <ref name="tb">{{Harv|Bhattacharya|2000}}</ref>। কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বাংলা ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে। <ref>{{Harv|Sen|1996}}</ref>
 
 
বাংলা ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:<ref name="tb">{{Harv|Bhattacharya|2000}}</ref>
# প্ৰাচীন বাংলা (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ ) — লিখিত নিদৰ্শনৰ মাজত আছে ''[[চৰ্যাপদ]]'', ভক্তিমূলক গান; ''আমি'', ''তুমি'', ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -''ইলা'', -''ইবা'', ইত্যাদি। [[ওৰিয়া]] আৰু [[অসমীয়া ভাষা]]ত এই পৰব বাংলাৰ পৰা বেলেগ হৈ পৰে।
# মধ্য বাংলা (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন [[চণ্ডীদাস|চণ্ডীদাসৰ]] ''[[শ্ৰীকৃষ্ণকীৰ্তন]]''; শব্দৰ শেষত “অ” ধ্বনিৰ [[বিলোপ]]; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
# আধুনিক বাংলা (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে ''তাহাৰ'' → ''তাৰ''; ''কৰিয়াছিল'' → ''কৰেছিল'')।
 
বাংলা ভাষা ঐতিহাসিক ভাৱে [[পালি ভাষা|পালিৰ]] লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বাংলাৰ ([[চৈতন্য]] যুগেত) আৰু বাংলা সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বাংলাৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক [[ইন্দো-ইউৰোপীয় ভাষাসমূহ|ইন্দো-ইউৰোপীয় ভাষাসমূহৰ]] মাজত বাংলা আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে [[হিন্দী ভাষা|হিন্দী]] আৰু অন্যান্য ভাষাবোৰ [[আৰবী]] আৰু [[ফাৰ্ছী ভাষা]]ৰ দ্বাৰা প্ৰভাবিত হৈছে।
 
[[চিত্ৰ:Shaheed minar Roehl.jpg|thumb|right|বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত [[ঢাকা]]-ৰ [[শ্বহীদ মিনাৰ]]]]
১৮শ শতিকাৰ পূৰ্বে বাংলা ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী [[মানোএল দা আছসুম্পসাঁউ]] ''Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes'' নামত বাংলা ভাষাৰ প্ৰথম [[অভিধান]] আৰু [[ব্যাকৰণ]] ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল। <ref name="firstgram">{{cite web
Line 76 ⟶ 72:
| publisher = Kwintessential
}}</ref>
 
১৯৫১–৫২ চনত [[পূৰ্ব পাকিস্তান]]ত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বাংলা ভাষা। <ref>{{Harv|Baxter|1997|pp=62-63}}</ref> পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বাংলাভাষী হোৱা সত্ত্বেও একমাত্ৰ [[উৰ্দু ভাষা|উৰ্দু ভাষাকেই]] সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভনি হৈছিল।