ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
কম্পিউটাৰত প্ৰধানত: [[সংখ্যা]]ৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- [[ইউৰোপ]]ৰ সকলো [[ভাষা]]ক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল [[ইংৰাজী]]ৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা [[চাৰ্ভাৰ]]ত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ [[অপাৰেটিং চিষ্টেম]] আৰু [[ব্ৰাউজাৰ]]ত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।
 
Ihr verfickten spastis.Scheiss wikipedianer.tsching tschang tschung chinesen im katon.
==বাহ্যিক সংযোগ==
# http://www.unicode.org/
"https://as.wikipedia.org/wiki/ইউনিক’ড"ৰ পৰা অনা হৈছে