ৱিকিপিডিয়া:এটা বক্তব্য স্পষ্ট কৰিবলৈ ৱিকিপিডিয়া বিশৃংখল নকৰিব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
কেতিয়াবা বানান
 
5 নং শাৰী:
{{dablink|[[WP:POINT]] redirects here. You may be looking for [[Wikipedia:Neutral point of view]] (shortcut: [[WP:NPOV]])}}
 
কেৰিয়াবকেতিয়াবা কোনো লোক ৱিকিপিডিয়াৰ [[Wikipedia:Policies and guidelines|নীতি আৰু নিৰ্দেশনাসমূহক]] লৈ অসন্তুষ্ট হ'লে তেওঁ সেইবোৰৰ আন অৰ্থ উলিয়াই লৈ বাৰে বাৰে ভুল ব্যৱহাৰ কৰিবলৈ বিচাৰে। তেওঁ আনকি কোনো নীতিৰ বিৰুদ্ধে ঐক্যমত জাহিৰ কৰিবলৈ বিভিন্ন পৃষ্ঠাত ব্যংগাত্মকভাৱে সেইটো প্ৰয়োগ কৰে।
 
একে কামবোৰ [[Wikipedia:Disruptive editing|ধ্বংসপ্ৰৱণতা]] বুলি গণ্য কৰা হয় আৰু তেনে সদস্যক বাৰণ বা অৱৰোধ কৰা হ'ব পাৰে। নিয়মক লৈ হোৱা সমস্যা '''আলোচনা'''ৰ মাজেৰে সমাধান কৰিব লাগে, ব্যংগতা আৰু অন্য কৌশলেৰে নহয়। যদি প্ৰত্যক্ষ আলোচনাই সমস্যা সমাধান কৰিব নোৱাৰে, তেন্তে [[Wikipedia:Dispute resolution|মতবিৰোধ সমাধান]]লৈ আগবাঢ়ক।