চাৰ্লি চেপলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 145 interwiki links, now provided by Wikidata on d:q882 (translate me)
25 নং শাৰী:
=== লণ্ডনৰ শৈশৱকাল (১৮৮৯-১৯০৯) ===
১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে ইষ্ট স্ত্ৰিট, ৱালৱৰ্থ, লণ্ডনত চাৰ্লছ স্পেনচাৰ চেপলিনৰ জন্ম হয় <ref>{{cite book|last=Lynn|first=Kenneth|title=Charlie Chaplin and His Times|accessdate=4 June 2010|edition=illustrated|year=1997|publisher=Simon and Schuster|isbn=978-0-684-80851-2|page=39}}</ref> । ( ২০১১ চনত তেওঁলৈ বুলি লিখা এখন চিঠি পোহৰলৈ আহে য’ত তেওঁৰ জন্ম প্ৰকৃততে স্মিথৱিক, স্টেফ’ৰ্ডচায়াৰৰ ব্লেক পেত্ছ পাৰ্কত এটা জীপছী কাৰাভানত হৈছিল <ref>[http://www.expressandstar.com/news/2011/02/18/charlie-chaplin-was-born-into-midland-gipsy-family/ Express & Star, 18 Feb 2011]</ref>) । চেপলিনৰ পিতৃ-মাতৃ আছিল লণ্ডনৰ মিউজিক হলৰ মনোৰঞ্জনকাৰী । পিতৃ চাৰ্লছ স্পেনচাৰ চেপলিন (জেষ্ঠ্য) আছিল অভিনেতা আৰু গায়ক, আনহাতে মাতৃ হান্না চেপলিনে (মঞ্চ নাম লিলি হাৰ্লি) অভিনেত্ৰী আৰু গায়িকা হিছাপে কাম কৰিছিল <ref>{{cite book|last=Robinson|first=David|title=Chaplin, the mirror of opinion|accessdate=21 June 2010|edition=illustrated|year=1983|publisher=Indiana University Press|isbn=978-0-253-21160-6|page=6}}</ref> । চাৰ্লিৰ বয়স তিনি বছৰ হোৱাৰ আগতেই তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয় । চাৰ্লি আৰু তেওঁৰ অৰ্দ্ধ-ভ্ৰাতৃ [[চিডনী চেপলিন]] মাকৰ লগত ৱালৱৰ্থৰ বাৰ্ল’ স্ত্ৰিটত থাকিবলৈ লয় । চাৰ্লি চেপলিনে মাক দেউতাকৰ পৰাই সংগীতৰ প্ৰাথমিক জ্ঞান লাভ কৰে ।
[[File:Charlie Chaplin, the Marriage Bond.ogg|thumb|A clip from the [[Charlie Chaplin]] silent film ''[[The Bond]]'' (1918)]]
 
সৰুকালত চাৰ্লিয়ে মাকৰ লগত লাম্বাথৰ কেনিংটন ৰ’ডৰ ওচৰে-পাজৰে ৩ পাউনেল টেৰেচ, চেষ্টাৰ স্ত্ৰিট, ৩৯ মেথলী স্ত্ৰিট আদি বিভিন্ন ঠাইত থাকিবলগা হৈছিল । তেওঁৰ পিতৃবংশ গুৰি আছিল [[ৰোমানিয়া]]ৰ স্মিথ পৰিয়াল <ref>{{cite book|last=Hancock, F.|first=Ian|authorlink=Ian Hancock|title=We are the Romani People|publisher=University of Hertfordshire Press|location=Hatfield|year=2002|pages=129–130|isbn=978-1-902806-19-8|url=http://books.google.co.uk/books?id=MG0ahVw-kdwC&lpg=PA129&ots=PiTKUOos0d&dq=Charlie%20Chaplin%20Romani&pg=PA129#v=onepage&q=&f=false}}</ref> । জেষ্ঠ্য চাৰ্লছ চেপলিন এজন মদপী আছিল আৰু পুতেকহঁতৰ লগত তেওঁৰ কোনো সংযোগ নাছিল, কিন্তু চাৰ্লি আৰু চিডনীয়ে মাক মানসিক ৰোগত আক্ৰান্ত হওঁতে তেওঁৰ লগতো ২৮৭ কেনিংটন ৰ’ডত কিছুকাল কটাইছিল <ref>{{cite book|last=Vance|first=Jeffrey|title=Chaplin: genius of the cinema|edition=illustrated|date=2 October 2003|publisher=Harry N. Abrams|location= New York|isbn=978-0-8109-4532-6|page=23}}</ref><ref>{{cite book|last=Robinson|first=David|title=Chaplin: his life and art|edition=revised|date=21 August 1994|publisher=Da Capo Press|location=New York|isbn=978-0-306-80600-1|page=26}}</ref>। আৰ্কবিচপ টেম্পল বয়জ স্কুলত ল’ৰাহঁতে শিক্ষা লাভ কৰে । চাৰ্লিৰ বয়স বাৰ হওঁতে ১৯০১ চনত দেউতাকৰ [[চিৰ’চিচ]] ৰোগত মৃত্যু হয় <ref>{{cite book|last=Robinson|first=David|title=Chaplin: his life and art|edition=revised|date=21 August 1994|publisher=Da Capo Press|location=New York|isbn=978-0-306-80600-1|page=36}}</ref> । ১৯০১ চনৰ লোকপিয়লৰ মতে চাৰ্লি চেপলিনে ৱিলিয়াম জেকছনৰ দ্বাৰা পৰিচালিত<ref>Eric L. Flom, {{cite book |url=http://books.google.co.uk/books?id=R9NuChpopoAC&pg=PA6&dq=The+Eight+Lancashire+Lads&as_brr=3&client=firefox-a&cd=1#v=onepage&q=The%20Eight%20Lancashire%20Lads&f=false |title=''Chaplin in the sound era: an analysis of the seven talkies'', page 6 |publisher=McFarland, 1997|ISBN=978-0-7864-0325-7 |accessdate=15 February 2010 }}</ref> ল’ৰাৰ নৃত্য দল [[দা এইট লাংকাশ্বায়াৰ লেড্‌ছ]]ৰ অংশ হিছাপে ৯৪ ফাৰ্নডেল ৰ’ড, লাম্বাথত বসবাস কৰিছিল <ref>{{cite web |url=http://www.charliechaplininmusichall.com/photopages.html |title=PHOTO PAGES from CHAPLIN STAGE BY STAGE |publisher=www.charliechaplininmusichall.com |accessdate=15 February 2010 |archiveurl = http://www.webcitation.org/5uKhYH2OP |archivedate = 18 November 2010|deadurl=no}}</ref>।