ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

155 নং শাৰী:
{{seealso|Wikipedia:Notability}}
 
নীতিৰ আৰম্ভণিতে কোৱাৰ দৰে সঁচা বা [[ৱিকিপিডিয়া:V|বিশ্বাসযোগ্য]] হোৱা মানেই কোৱা বিষয় ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱাৰ বাবে উপযুক্ত নহ'বও পাৰে। ৱিকিপিডিয়াৰ প্ৰবন্ধ এনেকুৱা হ'ব নালাগে:
As explained in the policy introduction, merely being true, or even [[ৱিকিপিডিয়া:V|বিশ্বাসযোগ্য]], does not automatically make something suitable for inclusion in the encyclopedia. Wikipedia articles should not be:
 
# '''সাৰাংশ-কেৱল কামৰ বিৱৰণ।''' কাল্পনিক বিষয়কো ৱিকিপিডিয়াত গ্ৰহণযোগ্যতা, উল্লেখযোগ্যতা আদি তথ্যসহিতে বিশ্বকোষীয় শৈলীৰে লিখা হয়। তেনেদৰে তথ্যচিত্ৰকে ধৰি অকাল্পনিক কৰ্ম, গৱেষণা পত্ৰ আৰু পুথি, ধাৰ্মিক পুথিৰ আদিত বিষয়ে প্ৰবন্ধত কেৱল সাৰাংশ থকা উচিত নহয়।
# '''Summary-only description of works.''' Wikipedia treats fiction in an encyclopedic manner, discussing the reception and significance of notable works in addition to a concise summary. For more information regarding plot summaries, see [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি (writing about fiction)#Plot summaries]]. Similarly, articles on works of non-fiction, including documentaries, research books and papers, religious texts, and the like, should contain more than a recap or summary of the works' contents.
# '''গীতৰ কথাৰ ভঁৰাল।''' কপিৰাইট থকা গীতৰ কথাৰ ব্যৱহাৰ নূন্যতম হ'ব লাগে (উৰ্ধকমাৰ ব্যৱহাৰ আদৰণীয়) আৰু প্ৰবন্ধৰ বিষয়ৰ লগত ইয়াৰ প্ৰত্যক্ষ সামজঞ্জ্য থাকিব লাগে। প্ৰবন্ধ এটা কেৱল ৰাজহুৱা ড'মেইনত থকা গীতৰ কথাৰেই সৃষ্ট হ'ব নালাগে (তাৰ বাবে [[ৱিকিউৎস]] আছেই), কিন্তু লগতে গীতিকাৰৰ তথ্য, মুক্তিৰ তাৰিখ, সামাজিক প্ৰভাৱ আদি কথা থাকিব লাগে। কপিৰাইটবিহীন গীতৰ উক্তিও প্ৰবন্ধটোৰ প্ৰয়োজনতকৈ দীঘল হ'ব নালাগে। ইয়াক আলোচনা বা শৈলীৰ বৰ্ণনাৰ বাবেহে ব্যৱহাৰ কৰা উচিত। সম্পূৰ্ণ গীতৰ কথা ৱিকিউৎসত অন্তৰ্ভুক্ত কৰি প্ৰবন্ধটোৰ পৰা সংযোগ দিয়া উচিত। ''বিতৰণ কৰিবলৈ কোনো ৱেবছাইটৰ অধিকাৰ নাথাকিলে কপিৰাইট থকা গীতৰ কথাৰ বাবে সেই ৱেবছাইটলৈ লিংক নিদিব।''
# '''Lyrics databases.''' Most song lyrics published after 1922 are protected by copyright, and any quotation of them must be kept to a minimum, and used for the purpose of direct commentary or to illustrate some aspect of the style. For songs in the public domain the article should not consist solely of the lyrics ([[Wikisource]] should be used for such articles instead), but should instead provide information about authorship, date of publication, social impact, and so on. Quotations from an out-of-copyright song should be kept to a reasonable length relative to the rest of the article, and used to facilitate discussion, or to illustrate the style; the full text can be put on [[Wikisource]] and linked to from the article. ''Never link to the lyrics of copyrighted songs unless the site linked to clearly has the right to distribute the work.'' See [[ৱিকিপিডিয়া:Do not include the full text of lengthy primary sources]] for full discussion.
# '''পৰিসংখ্যাৰ অত্যাধিক তালিকা।''' দীঘল আৰু প্ৰয়োজনকৈ বেছি পৰিসংখ্যাৰ তালিকাই পঢ়ুৱৈক বিবুধিত পেলাব পাৰে আৰু প্ৰবন্ধৰ পঠনযোগ্যতা হ্ৰাস কৰে। তাৰ উপৰি প্ৰবন্ধত সাধাৰণ পঢ়ুৱৈৰ বাবে পৰিসংখ্যাৰ লগত বৰ্ণামূলক পাঠ্যও থাকিব লাগে। পৰিসংখ্যা এৰাব নোৱৰা হ'লে তথ্যৰ দীঘল তালিকাৰ পঠনযোগ্যতা বৃদ্ধিৰ বাবে টেবল্‌ ব্যৱহাৰ কৰা উচিত।
# '''Excessive listing of statistics.''' Long and sprawling lists of statistics may be confusing to readers and reduce the readability and neatness of our articles. In addition, articles should contain sufficient explanatory text to put statistics within the article in their proper context for a general reader. In cases where this may be necessary, (e.g. [[Nationwide opinion polling for the United States presidential election, 2008]]), consider using tables to enhance the readability of lengthy data lists.
 
=== {{anchor|CENSOR|CENSORED}}ৱিকিপিডিয়া চেন্সৰকৃত নহয় ===