অস্কাৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
24 নং শাৰী:
এই অনুষ্ঠানৰ বিজেতাসকলৰ বিষয়ে তিনিমাহৰ পিছত সংবাদ মাধ্যমযোগে প্ৰচাৰিত হৈছিল৷ অৱশ্যে পৰৱৰ্ত্তী বৰ্ষৰ পৰাই এই বঁটাৰ বিষয়ে বঁটা প্ৰদান কৰাৰ নিশাই সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ <ref name="history"/> পৰৱৰ্ত্তী কালত এবাৰ লছ এঞ্জেলেছ টাইমছ নামৰ কাকতখনে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বেই বিজেতা সকলৰ নাম ঘোষণা কৰাত ১৯৪১ চনৰ পৰা বন্ধ লেফাফা ব্যৱহাৰ কৰিবলৈ লয়৷<ref name="history"/>
প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে 'The Last COmmand' আৰু ' The Way of All Flesh' নামৰ চলচ্চিত্ৰত অভিনয় কৰা Emil Jannings এ৷ পোণপ্ৰথমে কলা-কুশলীসকলে তেওঁলোকে একোটা বিভাগত দেখুওৱা সকলো পাৰদৰ্শিতাৰ বাবে বঁটা লাভ কৰিছিল৷ উদাহৰণস্বৰূপে Jannings এ সেইসময়ত অভিনয় কৰা দুয়োখন বোলছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল৷ কৰিছিল৷ কৰিছিল৷ কিন্তু চতুৰ্থ অনুষ্ঠানৰ পৰা এই নিয়মৰ সলনি হয়৷ এইসময়ৰ পৰা কলাকুশলী বিশেষ একোখন বোলছবিৰ বাবে বঁটা প্ৰদান কৰাৰ প্ৰথা আৰম্ভ হয়৷
{{As of|2011|alt=As of the 83rd Academy Awards ceremony held in 2011}}, a total of 2,894 Oscars have been given for 1,853 awards.<ref>{{cite web|url=http://www.oscars.org/awards/academyawards/about/awards/oscar.html|title= A Brief History of the Oscar|publisher=Academy of Motion Picture Arts and Sciences|accessdate = 23 January 2012}}</ref> A total of 302 actors have won Oscars in competitive acting categories or have been awarded Honorary or Juvenile Awards.
At the 29th ceremony, held on March 27, 1957, the [[Best Foreign Language Film]] category was introduced. Until then, foreign-language films were honored with the Special Achievement Award.
|