ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Nits meetup 1.jpg|thumb|NIT Silchar 1st wikimeetup]]
৬ মাৰ্চ, ২০১৪ত ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰত অনুষ্টুপিয়াকৈ এখন ইউনিক'ড আৰু ৱিকিপিডিয়া কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কম্পিউটাৰ চায়েন্স ইঞ্জীনিয়াৰিঙৰ অধ্যাপক প্ৰভাকৰ শৰ্মা নেওগ। তেখেতে উপস্থিত ছাত্ৰসকলৰ লগত ৱিকিপিডিয়াৰ বিভিন্ন দিশত যথেষ্ট বিষদভাৱে আলোচনা কৰে। কৰ্মশালাখনত মেকানিকেল ইঞ্জীনিয়াৰিঙৰ স্নাতোকত্তৰ শাখাৰ ছাত্ৰ ফাৰুক আজিজে ছাত্ৰসকলৰ লগত ইউনিকোডত অসমীয়া টাইপিং সম্পৰ্কে কিছু মত বিনিময় কৰে। কৰ্মশালাখনত ২৯জন ছাত্ৰ উপস্থিত আছিল।
 
অধিক চিত্ৰ ৱিকিমিডিয়া কমন্সত [https://commons.wikimedia.org/wiki/Category:NIT_Silchar_Meetup এই লিংকত] উপলব্ধ।