গৰম বতাহৰ বেলুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Psneogয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা বেলুনৰ পৰা গৰম বতাহৰ বেলুনলৈ স্থানান্তৰ কৰিলে: উপযুক্ত না...
No edit summary
1 নং শাৰী:
{{new user article}}
{{stub}}
'''বেলুন''' বুলিলে সাধাৰণতে যিকোনো গেছ ভৰ্তি বেগকে বুজোৱা হয় যদিও এই প্ৰৱন্ধটিত বেলুনৰ আকাশীযানৰ কথাহে আলোচনা কৰা হৈছে। বেলুন হৈছে একপ্ৰকাৰৰ বায়ুতকৈ পাতল আকশীযান যি বায়ুৰ প্লাৱিতা বলৰ সহায়ত আকাশত ওপঙি থাকে। তাৰ বাবে কোনোধৰণৰ যন্ত্ৰৰ প্ৰয়োজন নহয়। বেলুনৰ তলৰ অংশত এটি বাষ্কেট বা গন্দোলা সংযুক্ত হৈ থাকে য’ত মানুহ আৰু অন্যান্য বস্তু থাকিব পাৰে।
[[File:Bibf hot air balloon.jpg|thumb|A hot air balloon in flight.]]