বুৰ্জ খালিফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:
'''বুৰ্জ খালিফা''' হ'ল [[:en:United Arab Emirates|স্ংযুক্ত আৰব এমিৰেটচ্‌]]ৰ ৰাজধানী [[:en:Dubai|ডুবাই]]ত অৱস্থিত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা(skyscraper)। ই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট স্থাপত্য হিচাপে স্বীকৃত । আৰম্ভণীতে ইয়াতে [[বুৰ্জ ডুবাই]] বুলি জনা গৈছিল যদিও পিছলৈ ই [[বুৰ্জ খলিফা]] নামেৰেই প্ৰসিদ্ধি লাভ কৰে । ইয়াৰ উচ্চতা ৮২৯.৮ মিটাৰ(২৭২২ ফুট)।
ইয়াৰ নিৰ্মানকাৰ্য ২১ চেপ্তেম্বৰ ২০০৪ ত আৰম্ভ হয় আৰু ১ অক্টোবৰ ২০০৯ ত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠে । ১৬৩ মহলাৰ এই বৃহৎ অট্টালিকাটো ৪ জানুৱাৰী ২০১০ ত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয় ।
 
==পৰিকল্পনা==
৩০০০০ ঘৰ, নখন হোটেল,৩ হেক্টৰ(৭.৪ এঅকৰ) গাড়ী ৰখোৱা ঠাই,কমেও ১৯টা সুুউচ্চ আৱাসিক ভৱন,[[:en:Dubai Mall|ডুবাই মল]] আৰু ১২ হেক্টৰ(৩০ একৰ) জুৰি থকা মানৱ নিৰ্মিত বুৰ্জ খালিফা হ্ৰদটোৰ কেন্দ্ৰস্থল হিচাপে বুৰ্জ খালিফাক গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা হৈছিল।
বুৰ্জ খালিফা নিৰ্মাণৰ আঁৰত আছিল চৰকাৰৰ এক সিদ্ধান্ত, যাৰ জৰিয়তে দেশ খনৰ তৈল ভিত্তিক অৰ্থনিতীক সেৱা আৰু ভ্ৰমণৰ জৰিয়তে বিভিন্নতা প্ৰদান কৰিব পৰা যাব। চৰকাৰী সূত্ৰৰ মতে, অধিক আন্তৰাষ্ট্ৰীয় স্বীকৃতি আৰু লগতে বিনিয়োগৰ বাবে ডুবাই চহৰত বুৰ্জ খালিফাৰ নিৰ্মাণ অত্যন্ত প্ৰয়োজনীয় আছিল।
 
 
==তথ্যসূত্ৰ==