বিজুলী বাতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
বিভিন্ন আকৃতি,বিভৱ ভেদ(১,৫-৩০০ ভল্টলৈ), পোহৰ দিয়া আদিৰ হিচাবে বিভিন্ন প্ৰকাৰৰ বাল্ব তৈয়াৰ কৰা হয় । কম খৰচতে পোৱা এনে বাল্বসমূহ পৰিৱৰ্তী আৰু একমুখী দুয়োটা বিধৰ বিজুলী প্ৰৱাহেৰে চলাব পাৰি ।
==ইতিহাস==
বুৰঞ্জীবিদ ৰবাৰ্ট ফ্ৰিডেল(Robert Friedel) আৰু প'ল ইজৰাইলে(Paul Israel) বৈদ্যুতিক বাল্বৰ উদ্ভাৱনকাৰীৰ তালিকাত প্ৰমোখ্যে যোচেফ চোৱান(Joseph Swan) আৰু থমাচ আলভা এডিচনকে(Thomas Alva Edison) ধৰি ২২ জন উদ্ভাৱনকাৰীৰ তালিকা প্ৰস্তত কৰি উলিয়াইছিল । তেওঁলোকে মন্তব্য দিছিল যে, এডিচনৰ উদ্ভাৱনটো তিনিটা কাৰণত আনবোৰতকৈ বেছি ব্যৱহাৰযোগ্য আছিল- ১)উপযুক্ত ফিলামেণ্ট(filament) জাতীয় পদাৰ্থ, ২)আনবোৰতকৈ বেছি বায়ুশূণ্য(vacuum) অৱস্থা পাব পাৰিছিল আৰু ৩)অতি বেছি ৰোধৰ(resistance) কাৰণে শক্তি উৎসসমূহৰ পৰা কম ক্ষমতা(power) খৰচ হোৱাত বাণিজ্যিকভাৱে সফল হৈছিল ।
 
==ব্যৱহাৰ==