গৰম বতাহৰ বেলুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শ্ৰেণী:প্ৰযুক্তি যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
7 নং শাৰী:
 
গৰম বতাহৰ সহায়ত উৰিব পৰা বেলুন প্ৰথম সফলভাৱে নিৰ্মাণ কৰে ফ্ৰান্সৰ মণ্টগলফিয়াৰ ভ্ৰাতৃদ্বয়ে। ফ্ৰান্সৰ জেকুইছ ইটিনি মণ্টগলফিয়াৰ আৰু জোছেফ মাইকেল মণ্টগলফিয়াৰ নামৰ দুজন ভাই-ককায়ে ১৭৮৩ চনৰ ৫ জুনত ১০০ ফুট উচ্চতালৈকে বেলুন উৰুৱাবলৈ সক্ষম হয়। এনে এক বেলুনত উঠিয়েই ফ্ৰান্সৰ পিলত্ৰে দ্য ৰ’জিয়াৰ আৰু ল’ৰেন দ্য আৰলান্দেছ নামৰ যুৱকদুজনে ৫০০ ফুট উচ্চতাত ২৫ মিনিট ধৰি উৰি প্ৰায় ৫.৫ মাইল অতিক্ৰম কৰি প্ৰথম মানৱযুক্ত বেলুনৰ উৰণৰ পথ সুগম কৰে। ১৭৮৩ চনৰে ১ ডিছেম্বৰত প্ৰফেছৰ জেকুইছ চাৰ্লছ আৰু ৰবাৰ্ট ভ্ৰাতৃদ্বয়ে প্ৰথমবাৰৰ বাবে হাইড্ৰজেন গেছেৰে পূৰ্ণ এটি বেলুনত ২০০০ ফুট উচ্চতাত ২ ঘন্টা ধৰি উৰি আৰু ২৭ মাইল অতিক্ৰম কৰি ইতিহাস ৰচনা কৰে। আজিও বেলুনৰ আৱিষ্কাৰক বুলিলে মণ্টগলফিয়াৰ ভ্ৰাতৃদ্বয়কে বুজোৱা হয়।
 
[[শ্ৰেণী:প্ৰযুক্তি]]