সম্ৰাট অশোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox monarch |name = অশোক মৌৰ্য্য |title =মৌৰ্য্য সম্ৰাট |image = Chakravatin.JPG |c...
 
No edit summary
1 নং শাৰী:
{{পোখালি}}
{{Infobox monarch
|name = অশোক মৌৰ্য্য
Line 19 ⟶ 20:
|mother = মহাৰাণী ধৰ্মা বা শুভদ্ৰাংগী
|brothers =
|birth_date = ৩০৪ খ্ৰীষ্টপূৰ্ব
|birth_place = [[:en:Pataliputra|পাটিলপুত্ৰ]], [[পাটনা]]
|death_date = ২৩২ খ্ৰীষ্টপুৰ্ব (৭২ বছৰ বয়সত)
Line 27 ⟶ 28:
|influenced by =
}}
 
'''অশোক মৌৰ্য্য'''(৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক '''অশোক''' বা '''মহামতি অশোক''' হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰেলা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটিলপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল।