বিজুলী বাতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা বৈদ্যুতিক বাল্বৰ পৰা বিজুলী বাতিলৈ Saidul776য়ে স্থানান্তৰ কৰিলে
No edit summary
3 নং শাৰী:
[[File:Gluehlampe 01 KMJ.png|thumb|upright|এটা ২৩০ ভল্টৰ বৈদ্যুতিক বাল্ব, দুডাল উলম্ব তাঁৰৰ মাজত অনুভূমিকভাৱে ফিলামেন্টডালক দেখা পোৱা গৈছে । ]]
 
'''বিজুলী বাতি''' বা '''বৈদ্যুতিক বাল্ব'''হৈছে এক পোহৰৰ উৎস য'ত ফিলামেন্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে । গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূণ্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ৰখা হয় । বাল্বটোৰ ফিলামেণ্টলৈ ইয়াৰ ভিতৰত লাগি থকা তাঁৰ দুডালৰ মাজেৰে বিদ্যুত পঠিওৱা হয় ।
বিভিন্ন আকৃতি,বিভৱ ভেদ(১,৫-৩০০ ভল্টলৈ), পোহৰ দিয়া আদিৰ হিচাবে বিভিন্ন প্ৰকাৰৰ বাল্ব তৈয়াৰ কৰা হয় । কম খৰচতে পোৱা এনে বাল্বসমূহ পৰিৱৰ্তী আৰু একমুখী দুয়োটা বিধৰ বিজুলী প্ৰৱাহেৰে চলাব পাৰি ।