বোকাখাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:গোলাঘাট জিলা যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
67 নং শাৰী:
২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷<ref>{{GR|India}}</ref>ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ <ref>http://bokakhat.gov.in/</ref>
==ৰাজনীতি==
বোকাখাত কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
 
==পৰ্যটনস্থলী==
বোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷
"https://as.wikipedia.org/wiki/বোকাখাত"ৰ পৰা অনা হৈছে