মাইকেল ফেৰাডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:বিজ্ঞানী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
36 নং শাৰী:
ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্লৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰী আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।
 
জেমচ্ ক্লাৰ্ক মেক্সৱেলেৰ বিদ্যুত চুম্বক্তত্বৰ বিখ্যাত সমীকৰণ চাৰিটাৰ আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ফেৰাডে এজন অন্যতম সফল গৱেষণাবিদ আছিল যদিও য়েওঁঅৰতেওঁৰ গাণিতিক সামৰ্থ্য সাধাৰণ বীজগণিত আৰু ত্ৰিকোণমিতিতকৈ বেছি নাছিল। তথাপিও তেওঁ সহজ ভাষাত স্পষ্টকৈ তেওঁৰ ধাৰণাবোৰ বুজাব পাৰিছিল।
 
ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।