নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
|website = [http://www.narendramodi.in Official website]
}}
'''নৰেন্দ্ৰ দামোদৰ মোডী''' উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰে। তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ২০০১ চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য আৰু ১৯১৪ত২০১৪ত হবলগীয়া ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী।
 
মোডী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।<ref>{{cite news|last=Ramakrishnan|first=Venkatesh|title=A Wide Open Contest|url=http://www.frontline.in/navigation/?type=static&page=archive|accessdate=13 October 2013|date=11 April 2009}}</ref> ২০০১ চনত মোডী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছে।