নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
 
==সংৰক্ষণ==
১৯৯৬ চনত নল গাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ (Pigmy Hog Conservation programme) অধীনত মানাহৰ পৰা ৬টা নল গাহৰি ধৰি আনি গুৱাহাটিৰ বশিষ্ঠত থকা নল গাহৰি গবেষণা আৰু প্ৰজনন কেন্দ্ৰত ( Pigmy Hog Research and Breeding Centre) সফলতাৰে প্ৰজনন কৰোৱা হয় আৰু ২০১৩ চনলৈ সোনাই-ৰূপাই অভয়াৰণ্যত ৩৫টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩৯ টা নলগাহৰি এৰি দিয়া হয়। এৰি দিয়া নল গাহৰি বোৰে [[সোণাই-ৰূপাই অভয়াৰণ্য|সোণাই-ৰূপাই]] আৰু [[ওৰাং ৰাষ্টীয়ৰাষ্ট্ৰীয় উদ্যান]]ত সফলতাৰে বংশবৃদ্ধি কৰাৰ লগতে তাৰে ঘাঁহনি সমূহত বিচৰণ কৰি থকা বুলি প্ৰমান পোৱা গৈছে ।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে