উত্তৰ-পূব ভাৰত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
80.44.246.251 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Legobotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয...
24 নং শাৰী:
}}
 
[[File:SevenSisterStatesAssam in 1950s.png|thumb|left|200px|১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ]]
 
'''উত্তৰ-পূব ভাৰত''' বুলিলে [[ভাৰত]]ৰ একেবাৰে পূবদিশত থকা [[সাতভনী ৰাজ্যসমূহ]], [[ছিক্কিম]] আৰু [[উত্তৰ বঙ্গ]]ৰ কিছু অংশক ([[দাৰ্জিলিং]], [[জলপাইগুৰি]] আৰু [[কোচবিহাৰ]] জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। [[পূব এছিয়া]] আৰু [[দক্ষিণ-পূব এছিয়া]]ৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: [[উত্তৰ পূব পৰিষদ]] (North Eastern Council-NEC)<ref>[http://necouncil.nic.in/ North East Council]</ref> ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi)<ref>[http://www.nedfi.com/about_nedfi.htm North Eastern Development Finance Corporation Ltd.]</ref> গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER)<ref>[http://mdoner.gov.in/ Ministry of Development of Northeastern Region]</ref><ref>[http://www.northeastvigil.in/facts/?p=116 Ministry of Development of Northeastern Region] from [http://www.northeastvigil.in Northeast Vigil]</ref> গঠন কৰা হয়।