পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৄষ্ঠাখনক "FUCK MUHAMMED"ৰে সলনি কৰা হ'ল
1 নং শাৰী:
FUCK MUHAMMED
 
 
[[File:Leavessnipedale.jpg|thumb|upright|The leaves of a [[Beech]] tree]]
 
[[File:3D rendering of a micro CT scan of a piece of dried leaf..ogg|thumb|300pixel|3D rendering of a [[computed tomography|µCT]] scan of a leaf piece, resolution circa 40 µm/[[voxel]].]]
 
'''পাত''' ({{lang-en|'''Leaf'''}}) [[ উদ্ভিদ]]ৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত [[সেউজীয়া ]] আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল,চেপেটা,পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে আৰু এইবিলাকৰ কক্ষত এক বা একাধিক মুকুল থাকে৷ [[সেউজীয়া]] হোৱাত এইবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পাৰে৷ [[সালোকসংশ্লেষণ]]ৰ বাহিৰেও আৰু প্ৰস্বেদন বিভিন্ন গেছীয় পদাৰ্থৰ আদান-প্ৰদান পাতৰ মাধ্যমত হয়৷<ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৩৬ ৷</ref>৷
 
 
==পাতৰ বৈশিষ্ট্য==
 
#কাণ্ড বা শাখাৰ গাঁঠিৰ পৰা উৎপন্ন হোৱা [[সেউজীয়া ]] পাৰ্শ্বীয় অংগজ অংগ৷
#ক্ল’ৰফিল থকা বাবে এইবিলাক দেখাত [[সেউজীয়া ]]বৰণৰ হয়৷
#এইবিলাক কাণ্ড বা শাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে (exogenously) উৎপন্ন হয়৷
#পাতৰ কক্ষত সদায় কক্ষমুকুল থাকে৷
#এইবিলাক কাণ্ড বা শাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে৷
#পাতৰ বৃদ্ধি নিৰ্দিষ্ট বা নিয়ত (definite) হয়৷
 
==পাতৰ প্ৰকাৰ==
 
অৱস্থান,আকৃতি আৰু প্ৰকৃতি অনুযায়ী পাত বিভিন্ন প্ৰকাৰৰ হয়৷
 
*সাধাৰণ পাত (Foliage leaf) : চেপেটা আৰু [[সেউজীয়া ]] বৰণৰ পাতক সাধাৰণ পাত বোলে৷ এইবিলাকে [[সালোকসংশ্লেষণ]]ৰ সহায়ত [[খাদ্য]] প্ৰস্তুত কৰে৷
 
*বীজপ্ৰত্ৰ (Cotyledons) : বীজৰ অন্তৰ্গত ভ্ৰূণৰ ভ্ৰূণাক্ষৰ সৈতে যুক্ত হৈ থকা পাতক [[বীজপত্ৰ]] বোলে৷ [[বীজপত্ৰ]]ই হ’ল আচলতে [[উদ্ভিদ]]ৰ প্ৰথম পাত৷ [[বীজপত্ৰ]] [[খাদ্য]] সঞ্চয়ৰ বাবে স্ফীত আৰু ৰসাল হয় ([[মটৰমাহ]],[[বুট]]),অথবা পাতল (এৰাৰ বীজ) হয়৷ একবীজপত্ৰী [[উদ্ভিদ]]ৰ ভ্ৰূণৰ এটা আৰু দ্বি-বীজপত্ৰী [[উদ্ভিদ]]ৰ বীজত দুটা [[বীজপত্ৰ]] থাকে৷ অংকুৰণৰ সময়ত ভ্ৰূণাক্ষক [[খাদ্য]] যোগান ধৰাই [[বীজপত্ৰ]]ৰ কাম৷
 
*শল্কপত্ৰ বা কেটাফিল (Scale leaf or cataphylls) : এইবিলাক সাধাৰণতে শুকান (কেতিয়াবা ৰসাল হয়,যেনে-[[পিঁয়াজ]],[[নহৰু]] আদিৰ ক্ষেত্ৰত),ঈষৎ বাদামী ৰঙৰ পাতল পাত,যিবিলাক কাণ্ডৰ গাঁঠিৰ পৰা উৎপন্ন হয়৷ এইধৰণৰ পাতৰ কক্ষত কক্ষমুকুল থাকে৷ ৰাইয’ম,স্ফীতকন্দ আদি মৃদগত কাণ্ডত আৰু শতমূল (Asparagus),ঝাউ (Casuarina) আদিৰ কাণ্ডত শল্কপত্ৰ থাকে৷ শল্কপত্ৰৰ কাম হ’ল-ইয়াৰ কক্ষত থকা মুকুলক ৰক্ষা কৰা৷ ইয়াৰ বাহিৰেও এইবিলাকে [[খাদ্য]] সঞ্চয় কৰে (যেনে-[[পিঁয়াজ)৷
 
*পুষ্পধৰ পত্ৰ (Bract): এইবিলাক বিশেষ ধৰণৰ পাত৷ এইবিলাকৰ কক্ষৰপৰা পুষ্পমুকুলৰ সৃষ্টি হয়৷ এইবিলাক সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ [[সেউজীয়া]] বৰণৰ হয় আৰু কেতিয়াবা অন্য বৰণৰ হোৱাও দেখা যায়৷ মুকুল অৱস্থাত [[ফুলক]] ৰক্ষা কৰাই ইয়াৰ প্ৰধান কাম৷ কেতিয়াবা ৰঙীন পুষ্পধৰ পত্ৰই [[কীট-পতঙ্গ]]ক আকৰ্ষণ কৰি পৰাগযোগ হোৱাত সহায় কৰে৷
 
*পুষ্পপত্ৰ (Floral leaf) : ফুলৰ বিভিন্ন চক্ৰৰ প্ৰতিটো অংশকে পুষ্পপত্ৰ বোলে৷ এইবিলাক ৰূপান্তৰিত পাত৷
 
*প্ৰ’ফিল (Prophyll) : যেতিয়া কাণ্ড বা শাখাৰ প্ৰথম কেইটামান পাত সাধাৰণ পাতৰ দৰে নহয়,কাঁইট বা আকৰ্ষৰ দৰে হয়, তেতিয়া সেইবিলাক পাতক প্ৰ'ফিল বোলে৷ যেনে- [[বেলগছ]]ৰ কাঁইট,[[নেমু]]ৰ কাঁইট,[[লাউ]]ৰ আকৰ্ষ৷ <ref name="গ্ৰন্থ ১" />
 
 
 
 
 
[[File:Eenbruinigherfstblad.jpg|thumb|A leaf shed in [[autumn]].]]
 
 
 
==পাতৰ বিভিন্ন অংশ==
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
 
==বাহ্যিক সংযোগ==
 
[[শ্ৰেণী:উদ্ভিদজগত]]
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে