কৰ্কট ক্ৰান্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{পোখালি}} '''কৰ্কট ক্ৰান্তি'''(tropic of cancer) প্ৰতি বছৰৰ ২১ জুনৰ দিনা পৃথি...
 
No edit summary
1 নং শাৰী:
{{পোখালি}}
'''কৰ্কট ক্ৰান্তি'''(tropic of cancer) প্ৰতি বছৰৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে,সেই বিন্দুবোৰ সংযোগী ৰেখা;২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ইয়েই সুৰ্যৰ উত্তৰায়্ণৰ শেষ সীমা৷ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হʼল গুজৰাট,মধ্যপ্ৰদেশ,ছত্তিছ্গড়,ঝাৰখণ্ড,পশ্চিমবংগ,ত্ৰিপুৰা,মিজোৰাম৷<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা</ref>
<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা</ref>
 
==তথ্যসূত্ৰ==