পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ [[French East India Company|ফ্ৰান্স]]<ref name="cite wdl|2384">{{cite wdl|2384}}</ref> মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ [[ইষ্ট ইন্ডিয়া কোম্পানীৰ]] এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ [[ইষ্ট ইন্ডিয়া কোম্পানীৰ]] শাসনৰ সুচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ(তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব [[চিৰাজ উদ্ দৌলা]] আৰু বিপক্ষে ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মানৰ কাৰ্য্যত বাধা প্ৰদান কৰে। [[ৰবাৰ্ট ক্লাইভ]]-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ঘোচ দি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমন কৰে। [[ৰবাৰ্ট ক্লাইভ]]য়ে এই যুজত নৱাবক ঘটুৱাই বংগ দখল কৰে।
 
এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত কলিকতা আক্ৰমন আৰু [[Black Hole of Calcutta|ব্লেক হ'ল]] ঘটনাৰ পিছত। এই ঘটনাৰ পিছত কলিকতা পুনৰ দখল কৰিবলৈ কৰ্নেল [[ৰবাৰ্ট ক্লাইভ]] আৰু এডমিৰেল [[ছাৰ্লচ ৱাটচন]] ৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোনতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।
 
পলাশীৰ যুদ্ধক দক্ষিণ এছিয়াত ঔপনিবেশিক শক্তিৰ এক উল্লেখযোগ্য বিজয় হিচাপে গন্য কৰা হয়। ইয়াৰ পিছত ব্ৰিটিছে নৱাবৰ ওপৰত বিস্তৰ প্ৰভাৱ আৰু পৰ্যায়ক্ৰমে বৃহৎ পৰিমানৰ ব্যৱসায় বিস্তাৰ আৰু ৰাজহ
আদায় কৰিবলৈ সক্ষম হয়, এই ৰাজহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য শক্তি বৃদ্ধি আৰু দক্ষিণ এছিয়াৰ পৰা আন ঔপনিবেশিক শক্তি সমুহক যেনে ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী
আদিক আতৰাই এছি্যাত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
==পশ্চাদপট==
১৮শ শতিকাৰ আৰম্ভনিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত তিনিটা শক্তিশালী ঘাটী আছিল। এই তিনিটা ঘাটী আছিল মাদ্ৰাছৰ চেইন্ট জৰ্জ দুৰ্গ, কলিকতাৰ ফৰ্ট উইলিয়াম দুৰ্গ আৰু পশ্চিম ভাৰতত বোম্বাই দুৰ্গ। এই তিনিওটা ঘাটী ইংলেন্ডৰ কৰ্ট অৱ ডিৰেক্টৰছ্ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু পৰিষদৰ দ্বাৰা শাষিত স্বাধীন প্ৰভিন্স আছিল।
 
 
===কাৰ্নাটিক যুদ্ধ সমুহ===
Line 82 ⟶ 88:
 
{{Indian independence movement}}
{{Nadia topics}}
{{Murshidabad topics}}
 
{{DEFAULTSORT:Plassey 1757, Battle Of}}
[[Category:Conflicts in 1757|Battle of Plassey]]
[[Category:Battles involving the Indian kingdoms|Battle of Plassey 1757]]
[[Category:Battles involving Bengal]]
[[Category:Battles of the Seven Years' War]]
[[Category:Battles involving Great Britain]]
[[Category:Battles involving British India]]
[[Category:Battles involving the British East India Company]]
[[Category:Battles of the East Indies Campaign (1757–1763)]]
[[Category:1757 in India]]
[[Category:Nadia district]]
[[Category:World Digital Library related]]
[[শ্ৰেণী:ভাৰত]]
[[শ্ৰেণী:যুদ্ধ]]