ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox writer <!-- For more information see Template:Infobox Writer/doc. --> | name = ডন ব্ৰাউন | image = Dan Brown bookj...
 
No edit summary
28 নং শাৰী:
| portaldisp =
}}
'''ডন ব্ৰাউন'''(জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকাৰ ৰহস্য উপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস ''ড্যা ডা ভিঞ্চি কোড''(The Da Vinci Code)ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘ্ণ্টাত শেষ হোৱা এটা কাহিনী, পৌণ:পৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ণ,কোড আৰু ষড়যন্ত্ৰৰ থিয়ৰি। তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২ টা ভাষালৈ অনুদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মান হৈছে।