ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
30 নং শাৰী:
'''ডন ব্ৰাউন''' (জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকাৰ ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস ''ড্যা ডা ভিঞ্চি কোড'' (The Da Vinci Code)-অৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘ্ণ্টাত শেষ হোৱা এটা কাহিনী, পৌণ:পৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ণ,কোড আৰু ষড়যন্ত্ৰৰ থিয়ৰি। তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২ টা ভাষালৈ অনুদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মান হৈছে।
 
ব্ৰাউনৰ উপন্যাস সমূহৰ মূখ্য চৰিত্ৰ হ'ল ৰবাৰ্ট ব্ৰাউন।লেংডন। খ্ৰীষ্টান ধৰ্মৰ কিছুমান (বাস্তৱ আৰু কাল্পনিক) ঐতিহাসিক প্ৰথা, সংগঠন আদিক সমল হিচাপে লৈ ৰচনা কৰা এই শিহৰণকাৰী ৰোমাঞ্চকৰ উপন্যাস সমূহে কিছু পৰিমাণে বিতৰ্কৰ সূত্ৰপাত নকৰাকৈ থকা নাই। ব্ৰাউনে তেওঁৰ ৱেৱচাইটত কৈছে যে তেওঁৰ উপন্যাস সমূহ খ্ৰীষ্টান বিৰোধী নহয়, তেওঁৰ মতে তেওঁৰ উপন্যাস The Da Vinci Code কেৱল এটা মনোৰঞ্জনধৰ্মী কাহিনী যিয়ে আধ্যাত্মিক আলোচনা আৰু বিতৰ্কক উৎসাহিত কৰে।
 
প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰীৰে মাত্ৰ ৬ খন কিতাপ লিখিয়ে সৰ্বাধিক বিক্ৰী হোৱা লিখক সকলৰ মাজৰ হিচাপে স্বীকৃতি পাবলৈ ব্ৰাউন সক্ষম হৈছে। তেওঁৰ এই ''ৰবাৰ্ট ব্ৰাউনলেংডন'' শৃংখলাটো সৰ্বাধিক বিক্ৰী হোৱা শৃংখলাবোৰৰ ভিতৰত বৰ্তমান সপ্তম স্থানত আছে।