ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘ্ল হোৱা ডন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল।আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল। ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।