ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary
reference
1 নং শাৰী:
| name = ডন ব্ৰাউন
| image = Dan Brown bookjacket cropped.jpg
6 নং শাৰী:
| caption =
| birth_name = ডেনিয়েল ব্ৰাউন
| birth_date = ২২ জুন,১৯৬৪ ইং চন
| birth_place = [[:en:Exeter, New Hampshire|এক্সিটাৰ, নিউ হাম্পশ্বায়াৰ]],
[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date =
| death_place =
15 নং শাৰী:
| nationality = আমেৰিকান
| education =
| alma_mater = [[:en:Amherst College|Amherst College]]
| genre = Thriller, adventure, mystery, conspiracy
| notableworks = ''[[Digital Fortress]]''
''[[Deception Point]]''
''[[Angels & Demons]]''
''[[The Da Vinci Code]]''
''[[The Lost Symbol]]''
''[[Inferno (Dan Brown novel)|Inferno]]''
25 নং শাৰী:
| signature = Dan brown signature.svg
| signature_alt =
| website = [http://www.danbrown.com www.danbrown.com]
| portaldisp =
'''ডন ব্ৰাউন''' ({{lang-en|Dan Brown}}, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকাৰ ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস ''ড্যা ডা ভিঞ্চি কোড'' ({{enwiki|The Da Vinci Code)-অৰ}}ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘ্ণ্টাতঘণ্টাত শেষ হোৱা এটা কাহিনী, পৌণ:পৌণিকপৌণঃপৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ণ,কোড আৰু ষড়যন্ত্ৰৰ থিয়ৰি।<ref name=Themes>Brown. Witness statement; Pages 17 & 21.</ref> তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২ টা ভাষালৈ অনুদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মাননিৰ্মাণ হৈছে।
ব্ৰাউনৰ উপন্যাস সমূহৰ মূখ্য চৰিত্ৰ হ'ল ৰবাৰ্ট লেংডন। খ্ৰীষ্টান ধৰ্মৰ কিছুমান (বাস্তৱ আৰু কাল্পনিক) ঐতিহাসিক প্ৰথা, সংগঠন আদিক সমল হিচাপে লৈ ৰচনা কৰা এই শিহৰণকাৰী ৰোমাঞ্চকৰ উপন্যাস সমূহে কিছু পৰিমাণে বিতৰ্কৰ সূত্ৰপাত নকৰাকৈ থকা নাই। ব্ৰাউনে তেওঁৰ ৱেৱচাইটত কৈছে যে তেওঁৰ উপন্যাস সমূহ খ্ৰীষ্টান বিৰোধী নহয়, তেওঁৰ মতে তেওঁৰ উপন্যাস The Da Vinci Code কেৱল এটা মনোৰঞ্জনধৰ্মী কাহিনী যিয়ে আধ্যাত্মিক আলোচনা আৰু বিতৰ্কক উৎসাহিত কৰে।
Line 35 ⟶ 36:
==প্ৰাৰম্ভিক জীৱন==
আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘ্ল হোৱা ডন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল।<ref name=Boston/><ref name=kaplan>{{cite news|url=http://www.parade.com/news/2009/09/13-dan-brown-life-after-da-vinci-code.html|title=Life after 'The Da Vinci Code'|date=September 13, 2009|accessdate=September 13, 2009|author=Kaplan, James}}</ref> ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।<ref>[http://phillips.exeter.edu/ei/news/news_danbrown.html "Da Vinci Code Author Dan Brown and Siblings, Valerie Brown '85 and Gregory Brown '93 Establish New Fund in Honor of their Father" The Exeter Initiatives. November 1, 2004]</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
==বাহ্যিক সংযোগ==