ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
36 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘ্ল হোৱা ডন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল।<ref name=Boston>[http://www.boston.com/news/local/articles_of_faith/2009/09/dan_brown_on_re.html Paulson, Michael. "Dan Brown on religion and writing" Boston.com; September 20, 2009]</ref><ref name=kaplan>{{cite news|url=http://www.parade.com/news/2009/09/13-dan-brown-life-after-da-vinci-code.html|title=Life after 'The Da Vinci Code'|date=September 13, 2009|accessdate=September 13, 2009|author=Kaplan, James}}</ref> ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।<ref>[http://phillips.exeter.edu/ei/news/news_danbrown.html "Da Vinci Code Author Dan Brown and Siblings, Valerie Brown '85 and Gregory Brown '93 Establish New Fund in Honor of their Father" The Exeter Initiatives. November 1, 2004]</ref> ব্ৰাউন [[:en:Episcopal Church (United States)|Episcopalian]] হিচাপে ডাঙৰ-দীঘল হৈছিল, কিন্তু তেও৬ কোৱা মতে ধৰ্ম বিষয়ত ৰস পোৱাৰ আগতেই তেওঁ খ্ৰীষ্টানৰ পৰা আতৰি আহিছিল।
 
গোপন সংকেত, পাজল আদিলৈ ব্ৰাউনৰ আকৰ্ষণ ল'ৰালিতে গঢ় লৈ উঠিছিল। ব্ৰাউনৰ ঘৰত কোড, গোপন সাংকেতিক বাৰ্তা আদিয়ে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মক্ষেত্ৰ গণিত,ভাষা আৰু সংগীতক বান্ধি ৰাখিছিল। ব্ৰাউনে ঘণ্টাৰ পিছত ঘ্ণ্টা এনাগ্ৰাম আৰু শব্দৰ পাজল সমাধান কৰি কটাইছিল। তেওঁ আৰু সহোদৰ কেইজন বন্ধৰ দিন বা জন্মদিনবোৰত দেউতাকে আয়োজন কৰা গোপন খাজনা সন্ধান কৰা অভিযানত অংশগ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে দেউতাকে বৰদিনত উপহাৰৰ পোণপটীয়াকৈ নিদি লুকাই ৰাখিছিল আৰু তেওঁ তৈয়াৰ কৰা আৰু গোটেই ঘৰ বা চহৰৰ কিছু অংশত লুকাই ৰখা পাজল,ক্লু, খাজনাৰ মেপ আদি অনুসৰণ কৰি বিচাৰি উলিয়াব লগা হৈছিল। The Da Vinci Codeৰ ছফী ন্যেভু([[:en:List of The Da Vinci Code characters|Sophie Neveu]]) আৰু জ্যাকাচ চ'নিয়ে([[:en:List of The Da Vinci Code characters|Jacques Sauniere]]) চৰিত্ৰ দুটাত ব্ৰাউন আৰু তেওঁৰ দেউতাকৰ মাজৰ সম্পৰ্কৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে আৰু ২৩ নং অধ্যায়টো শৈশৱৰ এটি খাজনা সন্ধান অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে।
 
==তথ্য সংগ্ৰহ==