ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তথ্য যোগ
1 নং শাৰী:
[[অসম]] মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে জেঠ-আহাৰ মাহত পালন কৰা এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে।<ref name="বসুন্ধৰা">{{cite journal | title= অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ | author= ড০ ৰাজশ্ৰী হাজৰিকা | journal= দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’ | year= ২০১১ | month= ৭ আগষ্ট | pages= ৬,৭ পৃষ্ঠা}}</ref> অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কি বৰষুণ কামনা কৰে। '''ভেকুলী বিয়া''' প্ৰধানতঃ [[ভাৰত]] আৰু [[নেপাল]]ত প্ৰচলিত এক লোকাচাৰ।
{{Assam stub}}
প্ৰধানকৈ লোক অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত এই লোকাচাৰৰ সৈতে সাদৃশ্যধৰ্মী যাদুও সংযুক্ত হৈ আছে। ভেকুলী বিয়াৰ ফলত ভেকুলীৰ বংশ বৃদ্ধি হ’ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ’ব – এয়া লোক-সমাজৰ দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। ভেকুলী বিয়াত নাৰীসকলে পৰিৱেশন কৰা বিয়ানামসমূহ সাধাৰণতে ধেমেলীয়া ধৰণৰ হয়।<ref name="বসুন্ধৰা" />
[[অসম]] মূলত: কৃষি প্ৰধান দেশ। [[কৃষি]]ৰ বাবে [[পানী]] লাগে আৰু কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। বৰষুণে সেই পানী যোগান ধৰে। কিন্তু মনুহে আশাকৰা মতেই সদায় প্ৰকৃতিৰ পানী নাপায়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয়। পানীৰ অভাৱত পথাৰে চিৰাল ফাত দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান অনুষ্ঠান আদি পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। লোকবিশ্বাস মতে ভেকুলীৰ [[বিয়া]] পতিলে খৰাং বতৰতো বৰষুণ দিয়ে। '''ভেকুলী বিয়া''' প্ৰধানত: [[ভাৰত]] আৰু [[নেপাল]]ত প্ৰচলিত এক [[পৰম্পৰা]]।
[[Image:frog marriage.jpg|thumb|right|200px|<center>ভেকুলী বিয়া<center>]]
 
==নীতি নিয়ম==
ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত হয়, জ্যোতিষীৰ দ্বাৰা বিয়াৰ বাবে নিদিৰ্ষ্ট দিন ধাৰ্য্য কৰা দেখা যায়। বিয়ালৈ ২/৩ দিন থাকোতেই দুটা খহুৱা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা পাতি দুঘৰ মানুহত থয়। মানুহৰ বিয়াৰ দৰে বিবাহ মাণ্ডপমণ্ডপ প্ৰস্তুত কৰে। তাৰ পাছত নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ [[পেঁপা]], [[ঢোল]], [[তাল]] আদি বজাই গাঁও ফুৰায়। শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে।
 
==লোকবিশ্বাস==
ভেকুলী বিয়া লোকাচাৰ জনসমাজৰ সাধাৰণ ধাৰণা আৰু সহজ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে – এয়া কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতা। বিয়া পতাৰ আনন্দত ভেকুলীয়ে টোৰটোৰালে খৰাং বতৰতো বৰষুণ হয় বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে। ভেকুলীবিয়াৰ সৈতে জড়িত হৈ থকা বিশ্বাস অনুসৰি ভেকুলী ইন্দ্ৰ দেৱতাৰ পৰম বন্ধু। ভেকুলী বিয়া পাতিলে ভেকুলীয়ে আনন্দত টোৰটোৰাই ইন্দ্ৰক জাননী দিয়ে, চুকইন্দ্ৰ ভেকুলীৰ টোৰটোৰণিবিয়ালৈ বতৰৰআহে আগলিআৰু বতৰাআনন্দতে বুলিএকেৰাহে মানুহেসাদিন বিশ্বাসধৰি বৰষুণ দিয়ে। ভেকুলী বিয়াৰ গীতত থকা বৰ্ণনা অনুসৰি ভেকুলীৰ বিয়ালৈ চন্দ্ৰ, সূৰ্য আদি দেৱতাসকলো আহে। ভেকুলী বিয়া উপভোগ কৰি দেৱতাবৃন্দ আনকি মহাদেৱেও পৰম আনন্দ লাভ কৰে।<ref name="বসুন্ধৰা" /> ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল। বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা [[অথৰ্ব বেদ]]তো পোৱা যায়যায়। <ref>[http://enajori.com/folk-culture/traditions/ এনাজৰী ডট কম]</ref><ref>[http://latimesblogs.latimes.com/unleashed/2009/07/indian-villagers-perform-frog-wedding-to-combat-rain-shortage.html/ Times of India]</ref>। ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-
 
ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-
<center><poem>
ভেকুলীৰ বিয়ালৈ
Line 17 ⟶ 18:
ভেকুলীৰ বিয়া
শুনি।</poem></center>
 
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক  সংযোগ==
* {{Youtube|YO-NgYU6ldA|শিৱসাগৰ অনুষ্ঠিত এক ভেকুলী বিয়াৰ দৃশ্যাংশ}}
* {{Youtube|H3zt6qf-0qQ|পূব ভাৰতত অনুষ্ঠিত এক ভেকুলী বিয়াৰ দৃশ্যাংশ}}