মাৰ্ক টোৱেইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

sup caption
img
19 নং শাৰী:
}}
[[File:Samuel L Clemens4 1940 Issue-10c.jpg|thumb|right|ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ডাকটিকট, ১৯৪০]]
[[File:Mark Twain at Stormfield (1909).webm|thumb|Mark Twain (1909)]]
'''ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ'''(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০)<ref>{{cite web |url=http://www.marktwainhouse.org/theman/bio.shtml |title= The Mark Twain House Biography |accessdate=2006-10-24 |archiveurl = http://web.archive.org/web/20061016074753/http://www.marktwainhouse.org/theman/bio.shtml <!-- Bot retrieved archive --> |archivedate = 2006-10-16}}</ref> বা ছদ্মনামেৰে জনাজাত '''মাৰ্ক টোৱেইন''' আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে ''[[দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ]]'' (১৮৭৬) আৰু ''[[এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন]]'' (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।<ref>{{cite news|title=Mark Twain remembered by Google with a doodle|url=http://timesofindia.indiatimes.com/tech/news/internet/Mark-Twain-remembered-by-Google-with-a-doodle/articleshow/10928674.cms|accessdate=30 November 2011|newspaper=[[The Times of India]]|date=30 November 2011}}</ref> ইয়াৰে পিছৰখনক "মহান আমেৰিকান উপন্যাস" বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে । এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।<ref>{{cite encyclopedia |url= http://encarta.msn.com/sidebar_701509634/Adventures_of_Huckleberry_Finn_The.html |title=Adventures of Huckleberry Finn |accessdate=2006-11-11 |last=Lindborg |first=Henry J. |archiveurl=http://www.webcitation.org/5kx7x1BXR |archivedate=2009-11-01 |deadurl=yes}}</ref>