কপৌ ফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
| binomial = ''Rhynchostylis retusa''
|}}
'''''কপৌ ফুল''''' fox tail অৰ্কিড(বৈজ্ঞানিক নাম: Rhynchostylis retusa) এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুত ফুত থকা ফুলৰ এক সমষ্টিৰ ৰুপত পোৱা যায়।
 
'''''কপৌ ফুল''''' fox({{lang-en|Foxtail tailOrchid}}, অৰ্কিড(বৈজ্ঞানিক নাম: Rhynchostylis retusa) এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুতফুট ফুতফুট থকা ফুলৰ এক সমষ্টিৰ ৰুপতৰূপত পোৱা যায়।
== স্থানীয় নাম সমুহ ==
 
== স্থানীয় নাম সমুহসমূহ ==
*ব্লান্ট ৰাইনক'ষ্টাইলিচ (Blunt Rhynchostylis)
*ছিনটাৰানামু (Chintaranamu)
Line 26 ⟶ 27:
== বিস্তৃতি ==
[[File:Rhynchostylis retusa infloresence closeup.jpg|left|thumb|কপৌ ফুল, ওচৰৰ পৰা]]
এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমুহত ভুভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় 1300১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহতৰইহঁতৰ ভৌগলিক বিস্তৃতি [[বাংলাদেশ]], বেনিন, বাৰ্মা, কম্বোডিয়া, [[চীন]], [[ভাৰত]], ইন্দোনাচিয়া[[ইন্দোনেচিয়া]], লাওচ, মালেছিয়া[[মালয়েছিয়া]], [[নেপাল]], ফিলিপাইন, চিংগাপ'ৰ, [[শ্ৰীলংকা]], থাইলেন্ড,[[থাইলেণ্ড]] আৰু ভিয়েটনামলৈকে[[ভিয়েটনাম]]লৈকে বিয়পি আছে।<ref name=ob>[http://orchidblooming.com/cgi-bin/ob.pl?route=product/product&product_id=163 "Rhynchostylis Retusa"]. Orchid Blooming. Retrieved on 2013-03-18.</ref><ref name=tropicos>[http://www.tropicos.org/Name/23500522?tab=distribution "Distribution - Rhynchostylis retusa"]. Tropicos.org. Retrieved on 2013-03-18.</ref>
 
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পুৰৰ্বাঞ্চলপূৰ্বাঞ্চল, ওড়িষা[[উৰিষ্যা]] আৰু [[অন্ধ্ৰ প্ৰদেশতপ্ৰদেশ]]ত পোৱা যায়। অন্ধ্ৰ প্ৰদেশত ইয়াক স্থানীয় তেলেগুতেলুগু নাম ছিনটাৰানামু হিচাপে জনা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক [[অসম]] আৰু [[অৰুণাচল প্ৰদেশৰপ্ৰদেশ]]ৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমুহত ভু-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় 1300 মিটাৰ লৈকে পোৱা যায়। ইহতৰ ভৌগলিক বিস্তৃতি বাংলাদেশ, বেনিন, বাৰ্মা, কম্বোডিয়া, চীন, ভাৰত, ইন্দোনাচিয়া, লাওচ, মালেছিয়া, নেপাল, ফিলিপাইন, চিংগাপ'ৰ, শ্ৰীলংকা, থাইলেন্ড, আৰু ভিয়েটনামলৈকে বিয়পি আছে।<ref name=tropicos>[http://www.tropicos.org/Name/23500522?tab=distribution "Distribution - Rhynchostylis retusa"]. Tropicos.org.
Retrieved on 2013-03-18.</ref>
 
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পুৰৰ্বাঞ্চল, ওড়িষা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। অন্ধ্ৰ প্ৰদেশত ইয়াক স্থানীয় তেলেগু নাম ছিনটাৰানামু হিচাপে জনা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
[[File:Rhynchostylis gigantea of Assam 2.jpg|left|thumb|অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে]]
 
== যত্ন ==
এই উদ্ভিদৰ বাবে সম পৰিমানতপৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমানতপৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।<ref name=ob/> যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহতেইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰনতেসাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।<ref>(1998-01-20). [http://www.orchidspecies.com/rhynchostylis.htm "Rhynchostylis page"]. Orchid Species.com. Retrieved on 2013-03-18.</ref>
 
Species.com. Retrieved on 2013-03-18.</ref>
 
== ব্যৱহাৰ ==
[[File:Rhynchostylis gigantea of Assam 2.jpg|left|thumb|অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে]]
ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
 
অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া বহাগ[[ব'হাগ বিহুৰবিহু]]ৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মুৰৰমূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গন্যগণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুস্থানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপন কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।
 
== আৰু পঢ়ক ==
* [[Foxtail Orchids]]
 
== References ==
{{reflist}}
 
{{commons}}
 
[[Category:Rhynchostylis|retusa]]
[[Category:Orchids of Bangladesh]]
[[Category:Flora of Benin]]
[[Category:Orchids of Burma]]
[[Category:Orchids of Cambodia]]
[[Category:Orchids of China]]
[[Category:Orchids of Assam]]
[[Category:Orchids of Indonesia]]
[[Category:Orchids of Laos]]
[[Category:Orchids of Malaysia]]
[[Category:Orchids of Nepal]]
[[Category:Orchids of the Philippines]]
[[Category:Orchids of Singapore]]
[[Category:Orchids of Sri Lanka]]
[[Category:Orchids of Thailand]]
[[Category:Orchids of Vietnam]]
[[Category:Plants described in 1753]]
 
==তথ্য সংগ্ৰহ==
{{Vandeae-stub}}
{{Reflist}}
{{commons|Rhynchostylis retusa|কপৌ ফুল}}
"https://as.wikipedia.org/wiki/কপৌ_ফুল"ৰ পৰা অনা হৈছে