নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা নৰেন্দ্ৰ মোডীৰ পৰা নৰেন্দ্ৰ মোদীলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ লিপ্যন্তৰ
infobox
1 নং শাৰী:
{{BLP sources}}
{{Infobox officeholder
|name = নৰেন্দ্ৰ মোডীমোদী
|honorific-suffix =
|image = CM Narendra Damodardas Modi.jpg
|image = Narendra Modi taking oath.jpg
|office = ১৪ তম [[List of Chief Ministers of Gujarat|মুখ্যমন্ত্ৰী, গুজৰাট]]
|caption = [[ৰাষ্ট্ৰপতি ভৱন]]ত শপত গ্ৰহণ কৰি থকা অৱস্থাত নৰেন্দ্ৰ মোদী
|governor = [[সুৰেন্দ্ৰৰ সিং ভাণ্ডাৰী]]
[[কৈলাশপতি মিশ্ৰ]]
[[বলৰাম জাখাৰ]]
[[নাৱাল কিশোৰ শৰ্মা]]
[[S. C. Jamir|এচ চি জমীৰ]]
[[কামলা বেনীৱালা]]
|office = [[List of Prime Ministers of India|১৫তম]]<ref>{{cite web | url=http://pmindia.nic.in/details12.php | title=Shri Narendra Modi assumes office as 15th Prime Minister of India | publisher=Prime Minister’s Office, India | date=27 May 2014 | accessdate=28 May 2014}}</ref> [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]
|term_start = ৭ অক্টোবৰ, ২০০১
|president = [[প্ৰণৱ মূখাৰ্জী]]
|term_end =
|term_start = ২৬ মে', ২০১৪
|predecessor = [[কেশোভাই পেটেল]]
|successorterm_end =
|predecessor = [[মনমোহন সিং]]
|birthname = নৰেন্দ্ৰ দামোদৰদাস মোডী
|term_endsuccessor =
|officeoffice1 = ১৪ তম১৪তম [[:en:List of Chief Ministers of Gujarat|মুখ্যমন্ত্ৰী,গুজৰাটৰ গুজৰাটমুখ্যমন্ত্ৰী]]
|governorgovernor1 = [[সুৰেন্দ্ৰৰ সিং ভাণ্ডাৰী]]
[[ কৈলাশপতি মিশ্ৰ]]
[[ বলৰাম জাখাৰ]]
[[ নাৱাল কিশোৰ শৰ্মা]]
[[:en:S. C. Jamir|এচ চি জমীৰ]]
[[ কামলা বেনীৱালা]]
|term_startterm_start1 = ৭ অক্টোবৰআক্টোবৰ, ২০০১
|term_end1 = ২২ মে', ২০১৪
|predecessor1 = [[:en:Keshubhai Patel|কেশুভাই পেটেল]]
|successor1 = [[:en:Anandiben Patel‌|আনন্দীবেন পেটেল]]
|office2 = [[:en:Varanasi (Lok Sabha constituency)|বাৰাণসী]]ৰ সাংসদ
|term_start2 = ১৬ মে', ২০১৪
|term_end2 =
|predecessor2 = মূৰলী মনোহৰ যোশী {{enwiki|Murli Manohar Joshi}}
|successor2 =
|office3 = [[:en:Maninagar (Vidhan Sabha constituency)|মাণিনগৰ]] সমষ্টিৰ পৰা [[:en:Gujarat Legislative Assembly|গুজৰাট বিধান সভা]]ৰ সদস্য
|term_start3 = ২০০২
|term_end3 = ১৬ মে', ২০১৪
|predecessor3 = কমলেশ পেটেল
|successor3 =

|birthname = নৰেন্দ্ৰ দামোদৰদাস মোডীমোদী
|birth_date = {{birth date and age|1950|9|17|df=y}}
|birth_place = [[:en:Vadnagar|ভদনগৰ]], [[ভাৰত]]
|death_date =
|death_place =
|party = [[ভাৰতীয় জনতা দল]]
|spouse = [[:en:Jashodaben Chimanlal|যশোদাবেন]] {{small|(Child
marriage; estranged)}}
|alma_mater = [[গুজৰাট বিশ্ববিদ্যালয়]]
|residence = ৫, ৰেচ কোৰ্চ ৰ'ড,
[[নতুন দিল্লী]]
|alma_mater = [[:en:University of Delhi|দিল্লী বিশ্ববিদ্যালয়]]
[[:en:Gujarat University|গুজৰাট বিশ্ববিদ্যালয়]]
|religion = [[হিন্দু]]
|signature = Signature of Narendra Modi.svg
|website = [http://www.narendramodi.in আনুষ্ঠানিক ৱেবছাইট]
[http://pmindia.nic.in চৰকাৰী ৱেবছাইট]

'''নৰেন্দ্ৰ দামোদৰদাস মোদী''' ({{lang-en|Narendra Damodardas Modi}}, জন্ম: ১৭ ছেপ্তম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে [[ভাৰতবৰ্ষ]]ৰ [[List of Prime Ministers of India|১৫তম আৰু বৰ্তমান]]ৰ [[Prime Minister of India|প্ৰধানমন্ত্ৰী]]। তেওঁ [[ভাৰতীয় জনতা পাৰ্টী]]ৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।
'''নৰেন্দ্ৰ দামোদৰ মোডী''' বা চমুকৈ নৰেন্দ্ৰ মোডী এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ২০০১ চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছে। তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ৰ এগৰাকী সদস্য আৰু ২০১৪ত হবলগীয়া ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন [[ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা]]ৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী।

মোডীমোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।<ref>{{cite news|last=Ramakrishnan|first=Venkatesh|title=A Wide Open Contest|url=http://www.frontline.in/navigation/?type=static&page=archive|accessdate=13 October 2013|date=11 April 2009}}</ref> ২০০১ চনত মোডীমোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী [[কেশুভাই:en:Keshubhai পেটেলPatel|কেশুভাই পেটেলে]] পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছে। তেওঁ [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪|২০১৪ চনৰ সাধাৰণ নিৰ্বাচন]]ৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। সেই নিৰ্বাচনত বিজেপিয়ে ২৮২ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।

মোডীমোদী [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ]]ৰ এজন সদস্য। প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতীয়তাবাদী বুলি বৰ্ণনা কৰিছে।<ref name="Menon 2012 p26">{{cite book|last=Menon|first=Kalyani Devaki|title=Everyday Nationalism: Women of the Hindu Right in India|year=2012|publisher=University of Pennsylvania Press|isbn=978-0812222340|page=26|quote=Yet, months after this violent pogrom against Muslims, the Hindu nationalist chief minister of Gujarat, Narendra Modi, went to the polls and won a resounding victory}}</ref><ref name="Mishra 2011 p188">{{cite book|last=Mishra|first=Pankaj|title=Perspectives on Modern South Asia: A Reader in Culture, History, and Representation|year=2011|publisher=Wiley-Blackwell|isbn=978-1405100625|page=188|editor=Kamala Visweswaran|quote=The chief minister of Gujarat, a young up-and-coming leader of the Hindu nationalists called Narendra Modi, quoted Isaac Newton to explain the killings of Muslims. “Every action”, he said, “has an equal and opposite reaction.”}}</ref> তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে।<ref>{{cite news |title=Divisive Nationalist to Lead Opposition in Indian Vote |first=Gardiner|last=Harris |url=http://www.nytimes.com/2013/09/14/world/asia/polarizing-nationalist-to-lead-opposition-in-indian-elections.html |work=[[The New York Times]] |date=13 September 2013 |accessdate=15 September 2013 |location=Ahmedabad}}</ref><ref>{{cite news|journal=India Express|title=Yes, I am a Hindu nationalist: Narendra Modi|date=13 July 2013|url=http://www.indianexpress.com/news/yes-i-am-a-hindu-nationalist/1141243/|quote="Modi said he described himself as a Hindu nationalist because he was born Hindu: "I am nationalist. I'm patriotic. Nothing is wrong. I am a born Hindu. Nothing is wrong. So I'm a Hindu nationalist so yes, you can say I'm a Hindu nationalist because I'm a born Hindu."}}</ref><ref name="Menon 2012 p26">{{cite book|last=Menon|first=Kalyani Devaki|title=Everyday Nationalism: Women of the Hindu Right in India|year=2012|publisher=University of Pennsylvania Press|isbn=978-0812222340|page=26|quote=Yet, months after this violent pogrom against Muslims, the Hindu nationalist chief minister of Gujarat, Narendra Modi, went to the polls and won a resounding victory}}</ref><ref name="Mishra 2011 p188">{{cite book|last=Mishra|first=Pankaj|title=Perspectives on Modern South Asia: A Reader in Culture, History, and Representation|year=2011|publisher=Wiley-Blackwell|isbn=978-1405100625|page=188|editor=Kamala Visweswaran|quote=The chief minister of Gujarat, a young up-and-coming leader of the Hindu nationalists called Narendra Modi, quoted Isaac Newton to explain the killings of Muslims. “Every action”, he said, “has an equal and opposite reaction.”}}</ref> তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি।<ref name="Controversial_Reuters">{{cite news |title=Edgy Indian state election going down to the wire |first=Rupam Jain|last=Nair |url=http://www.reuters.com/article/2007/12/12/us-india-state-poll-idUSDEL17441120071212 |agency=Reuters |date=12 December 2007 |accessdate=10 October 2012 |location=Ahmedabad}}</ref><ref name="Controversial_Time">{{cite news |title=India's Voters Torn Over Politician |first=Simon|last=Robinson |url=http://www.time.com/time/world/article/0,8599,1693370,00.html |work=[[Time (magazine)|Time]] |date=11 December 2007 |accessdate=10 October 2012 |location=Surat}}</ref><ref name="Controversial_Guardian">{{cite news |title=Gujarat leader Narendra Modi grilled for 10 hours at massacre inquiry |first=Jason|last=Burke |url=http://www.guardian.co.uk/world/2010/mar/28/gujarat-narendra-modi-massacre-inquiry-india |work=The Guardian |date=28 March 2010 |accessdate=10 October 2012 |location=Delhi}}</ref><ref name="Controversial_Independent">{{cite news |title=A rebirth dogged by controversy |first=Andrew|last=Buncombe |url=http://www.independent.co.uk/news/world/asia/a-rebirth-dogged-by-controversy-2357157.html |work=The Independent |date=19 September 2011 |accessdate=10 October 2012 }}</ref> ২০০২ৰ [[:en:2002 Gujarat violence|গুজৰাট দাংগাত]] হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰা হয়।<ref name="Controversial_Independent">{{cite news |title=A rebirth dogged by controversy |first=Andrew |last=Buncombe |url=http://www.independent.co.uk/news/world/asia/a-rebirth-dogged-by-controversy-2357157.html |work=The Independent |date=19 September 2011 |accessdate=10 October 2012 }}</ref><ref name="Controversial_Forbes">{{cite news |title=Controversial Gujarati Premier Confirmed in Office |first=Ruth |last=David |url=http://www.forbes.com/2007/12/24/narendra-modi-gujarat-face-markets-cx_rd_1224autofacescan01.html |work=Forbes |date=24 December 2007 |accessdate=10 October 2012}}</ref> গুজৰাটৰ দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা তেওঁৰ অৰ্থনৈতিক নীতিসমূহৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে;<ref name="Controversial_NYT">{{cite news |title=Shaking Off the Horror of the Past in India |first=Manu |last=Joseph |url=http://www.nytimes.com/2012/02/16/world/asia/16iht-letter16.html |newspaper=[[The New York Times]] |date=15 February 2012 |accessdate=10 October 2012}}</ref> কিন্তু ৰাজ্যখনৰ মানৱ উন্নয়নত চকুত লগা ধনাত্মক প্ৰভাৱ পেলোৱাত বিফল হোৱা বুলি তেওঁৰ প্ৰশাসনক সমালোচনাও কৰা হৈছে।<ref>{{cite journal|last=Jaffrelot|first=Christof|title=Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class|journal=Studies in Indian Politics|year=2013|month=June|volume=1|pages=Gujarat Elections: The Sub-Text of Modi’s ‘Hattrick’—High Tech Populism and the ‘Neo-middle Class|accessdate=30 October 2013}}</ref>

==জন্ম আৰু বাল্য শিক্ষা==
[[File:Narendra Modi seeks his mother's blessings on his birthday on 17th sept.jpg|thumb|250px|left|৬৩তম জন্মদিনত মাতৃৰ সৈতে মোদী]]
উত্তৰ গুজৰাটৰ [[মেহছানা জিলা]]ৰ ৱাডনগৰ নামৰ এখন সৰু চহৰত ১৯৫০ চনৰ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰে। ষাঠিৰ দশকৰ মাজভাগত হোৱা [[ভাৰত-পাকিস্তান যুদ্ধ]]ৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৬৭ চনত, তেওঁ [[গুজৰাট]]ৰ বানাক্ৰান্ত লোকসকলক সেৱা আগবঢ়াইছিল। দুৰ্দান্ত সাংগঠনিক ক্ষমতাৰ অধিকাৰী আৰু মানুহৰ মনস্তত্বৰ অভ্যন্তৰত গভীৰ অন্তৰ্দৃষ্টি থকা মোডীয়েমোদীয়ে [[অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ]]ত (এ বি ভি পি) সেৱা আগবঢ়াইছিল আৰু গুজৰাটৰ বিভিন্ন সামাজিক-ৰাজনৈতিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল{{Cn}}। শৈশৱকালৰ পৰাই তেওঁ বহুতো বাধা-বিঘিনিৰ সম্মুখীন হৈছিল, কিন্তু তেওঁ প্ৰত্যাহ্বানসমূহক নিভাঁজ চাৰিত্ৰিক বল আৰু সাহসেৰে সুযোগলৈ ৰূপান্তৰ কৰিছিল। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে তেওঁ যেতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যোগদান কৰিছিল, তেওঁৰ জীৱন পথ কঠিন সংগ্ৰামে আৱৰি ধৰিছিল। কিন্তু তেওঁ জীৱন যুদ্ধত সদায়ে এজন অক্লান্ত যুঁজাৰু, এজন সঁচা সৈনিক আছিল। আগলৈ খোজ পেলাই তেওঁ কেতিয়াও পাছলৈ ঘূৰি নাচাইছিল। তেওঁ পলাই যাবলৈ বা পৰাজিত হ'বলৈ কেতিয়াওঁ মান্তি নহৈছিল। এই অংগীকাৰেই তেওঁক ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিছিল। তেওঁ ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক বিকাশৰ হকে কাম কৰা সামাজিক-সাংস্কৃতিক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত (আৰ এছ এছ) কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু নিস্বাৰ্থতা, সামাজিক দায়িত্ব, উৎসৰ্গকৰণ আৰু জাতীয়তাবাদৰ তাৎপৰ্য অনুধাৱন কৰিছিল। আৰএছএছত সেৱা আগবঢ়োৱাৰ সময়ত, নৰেন্দ্ৰ মোডীয়েমোদীয়ে ১৯৭৪ চনৰ নৱনিৰ্মাণ দুৰ্নীতি বিৰোধী আন্দোলন আৰু ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ নেলু চেপি ধৰা দীৰ্ঘ ১৯ মাহৰ ভয়ংকৰ জৰুৰী অৱস্থাকে (জুন ১৯৭৫ৰ পৰা জানুৱাৰী ১৯৭৭) ধৰি বিভিন্ন ঘটনা প্ৰৱাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোডীয়েমোদীয়ে এই সমগ্ৰ কালছোৱা আত্মগোপন কৰি আৰু সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰৰ ফেচীবাদী নীতিৰ বিৰুদ্ধে শক্তিশালী যুঁজ কৰি গণতন্ত্ৰৰ উদ্যম বজাই ৰাখিছিল{{Cn}}।

==প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন==
তেওঁ ১৯৮৭ চনত বিজেপিত যোগদান কৰাৰ দ্বাৰা ঘাইসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। মাত্ৰ এবছৰৰ ভিতৰতে, তেওঁ গুজৰাট গোটৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। ইতিমধ্যে তেওঁ এজন উচ্চ মানদণ্ডৰ দক্ষতা সম্পন্ন সংগঠক হিচাপে সুখ্যাতি লাভ কৰিছিল। তেওঁ দলৰ কেডাৰসকলক শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। দলে ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৯০ চনত কেন্দ্ৰত জোঁট চৰকাৰ গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে এই অংশীদাৰীত্বৰ পতন ঘটিছিল, কিন্তু বিজেপিয়ে এককভাৱে দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা লাভ কৰি গুজৰাটত ১৯৯৫ চনত ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই বিজেপিয়ে গুজৰাটৰ শাসনভাৰ চলাই আহিছে{{Cn}}।
১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা নৰেন্দ্ৰ মোডীকমোদীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল{{Cn}}। এই সময়চোৱাত, [[এল কে আদৱানী]]ৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত [[কন্যাকুমাৰী]]ৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ মোডীকমোদীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত [[নতুন দিল্লী]]ত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত মোডীয়েমোদীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল{{Cn}}। ১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত নৰেন্দ্ৰ মোডীকমোদীক [[জম্মু আৰু কাশ্মীৰ]] আৰু [[উত্তৰ-পূৱ ভাৰত]]ৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, নৰেন্দ্ৰ মোডীমোদী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে।এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল{{Cn}}।

==গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে==
অক্টোবৰ<ref>https://www.narendramodi.in/</ref> ২০০১ ত দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। মোডীৰমোদীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী [[ভূমিকম্প]]কে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ নৰেন্দ্ৰ মোডীয়েমোদীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়। তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল নৰেন্দ্ৰ মোডীয়েমোদীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ{{Cn}}। আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো নৰেন্দ্ৰ মোডীৰমোদীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। নৰেন্দ্ৰ মোডীয়েমোদীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে।তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁঠনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে{{Cn}}। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২ খন আসনৰ ভিতৰত ১২৪ খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোডীমোদী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল{{Cn}}। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু মোডীয়েমোদীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল। নৰেন্দ্ৰ মোডীয়েমোদীয়ে ১৭ ছেপ্টেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে। তেখেতে একাদিক্ৰমে তিনিটা নিৰ্বাচনত জয় লাভ কৰিলে। ২০০২ আৰু ২০০৭ চনৰ (১১৭ খন আসন) নিৰ্বাচনত দলক বিজয়ী কৰিবলৈ নেতৃত্ব দি মোডীয়েমোদীয়ে গুজৰাটৰ বিধান সভা নিৰ্বাচনত ২০১২ চনত পুনৰ বিজেপিক বিজয়ী কৰে। বিজেপিয়ে ১১৫ খন আসনত জয়লাভ কৰে আৰু ২০১২ চনৰ ২৬ ডিচেম্বৰৰ দিনা শ্ৰীমোডীয়েশ্ৰীমোদীয়ে একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে{{Cn}}।

<!-- অৱদান আৰু ব্যক্তিত্বৰ কথাখিনি নিৰপেক্ষ দৃষ্টিভংগীৰে লিখাৰ প্ৰয়োজন হৈছে যেন ভাৱ হৈছে, কোনোৱে কথাখিনি মিলাই লিখে যেন
==অৱদান==
আজি, জনতাৰ আশা প্ৰত্যাশা কৰাতকৈও বেছিকৈ পৰিপূৰ্ণ হৈছে। আজি, গুজৰাটে ই-প্ৰশাসন, বিনিয়োগ, দাৰিদ্ৰ্য দূৰীকৰণ, শক্তি, এছইজেড, পথ উন্নয়ন, আর্থিক শৃংখলা আৰু বহুতো বিভিন্ন খণ্ডতেই ৰাষ্ট্ৰক নেতৃত্ব দি আহিছে। বিকাশ কাহিনী কোনো এটা বিশেষ খণ্ডতেই আৱদ্ধ হৈ থকা নাই, বৰং তিনিওটা খণ্ডতেই (কৃষি, উদ্যোগ আৰু সেৱা) সমানে আগবাঢ়ি গৈছে। গুজৰাটৰ এই বলিষ্ঠ বিকাশৰ নেপথ্যত আছে শ্ৰীমোডীৰশ্ৰীমোদীৰ সকলোৰে সৈতে, সকলোৰে বিকাশ (সব্‌কা সাথ, সব্‌কা বিকাশ) মন্ত্ৰ আৰু ৰাইজৰ পক্ষে, অতি-সক্ৰিয় সু-শাসন (পি2জি2), যি নীতিত তেওঁ গুজৰাটৰ জনতাক ৰাজ্যখনৰ প্ৰগতিৰ সক্ৰিয় অংশীদাৰ কৰি লৈছে।সকলোবোৰ মতভেদৰ বিৰুদ্ধে যুঁজ দি, তেওঁ নিশ্চিত কৰিছিল যাতে নৰ্মদা বান্ধৰ উচ্চতা ১২১.৯ মিটাৰ হয়- তেওঁ আনকি বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰা সকলক প্ৰতিহত কৰিবলৈ অনশনো কৰিছিল। গুজৰাটত জল সম্পদৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা অভিলাষী আঁচনি "সুজলাম সুফলাম"- পানী সংৰক্ষণ কৰা আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰাৰ দিশত উদ্ভাৱনীমূলক পদক্ষেপ।ভূমি স্বাস্থ্য কাৰ্ড, ৰ'মিং ৰেচন কাৰ্ড আৰু ৰ'মিং স্কুল কাৰ্ড আদিৰ দৰে অভিনৱ ধাৰণাসমূহে ৰাজ্যৰ অতি সাধাৰণ লোকসকলৰ বাবে তেখেতৰ উদ্বেগৰ কথা সূচায়।কৃষি মহোৎসৱ, চিৰঞ্জীৱি যোজনা, মাতৃ বন্দনা, বেটি বাচাঁও অভিযান (কন্যা সন্তান বচাওঁক), জ্যোতিগ্ৰাম যোজনা, কৰ্মযোগী অভিযান, ই-মমতা, এমপাৱাৰ, স্কোপ, আইক্ৰিয়েট ইত্যাদি প্ৰচেষ্টাসমূহে গুজৰাটৰ বহু-মাত্ৰিক বিকাশৰ লক্ষ্য ৰাখে। এই অভিযানসমূহৰ লক্ষ্য, ধাৰণা আৰু সময় নিৰ্ধাৰিত ৰূপায়ণে শ্ৰীনৰেন্দ্ৰ মোডীকমোদীক এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে পৰিগণিত কৰে, যিজনে সাধাৰণতে ৰাজনীতিবিদসকলে কেৱল পৰৱৰ্তী নিৰ্বাচনৰ কথা কৰিব পৰাৰ বিপৰীতে পৰৱৰ্তী প্ৰজন্মৰ কথাহে চিন্তা কৰে।
উদ্ভাৱনীমূলক চিন্তাধাৰাসম্পন্ন সাধাৰণ জনতাৰ যৌৱনসুলভ আৰু তেজস্বী নেতা হিচাপে পৰিগণিত শ্ৰীনৰেন্দ্ৰ মোডীয়েমোদীয়ে তেখেতৰ লক্ষ্যক সফলভাৱে গুজৰাটৰ জনতাৰ সৈতে বিনিময় কৰিব পাৰিছে আৰু গুজৰাটৰ ৬ কোটি মানুহৰ মাজত বিশ্বাস, ভৰষা আৰু আৰু আশাৰ সঞ্চাৰ কৰিব পাৰিছে। সাধাৰণ মানুহসহ লাখ লাখ লোকক তেওঁলোকৰ প্ৰথম নামেৰে সম্বোধন কৰিব পৰা তেখেতৰ অপৰিসীম স্মৃতি শক্তিয়ে তেওঁক জনতাৰ প্ৰিয়তম নেতা কৰি তুলিছে। আধ্যাত্মিক নেতাসকলৰ প্ৰতি তেখেতৰ অসীম শ্ৰদ্ধাই বিভিন্ন ধৰ্মসমূহৰ মাজত সমন্বয় সাধন কৰাত সহায় কৰিছে। বিভিন্ন উপাৰ্জন গোট, ধৰ্ম, আৰু আনকি ৰাজনৈতিক মতবাদ নিৰ্বিশেষে গুজৰাটৰ বিভিন্ন শ্ৰেণীৰ মানুহে স্বচ্ছতা আৰু প্ৰত্যয়জনকভাৱে তেওঁলোকৰ জীৱন-যাপনৰ গুণমান উন্নত কৰা শ্ৰীনৰেন্দ্ৰ মোডীকমোদীক এজন সক্ষম আৰু স্বপ্নদৰ্শী নেতা হিচাপে শ্ৰদ্ধা কৰে। এজন দক্ষ বক্তা আৰু নিপুণ মধ্যস্থতাকাৰী শ্ৰীমোডীয়েশ্ৰীমোদীয়ে গাওঁ আৰু চহৰ উভয়ৰে জনতাৰ পৰা একেই আদৰ-চেনেহ লাভ কৰিছে। তেওঁৰ অনুগামীসকলৰ মাজত সকলো ধৰণৰ বিশ্বাস, ধৰ্ম আৰু সমাজৰ প্ৰতিটো আৰ্থিক শ্ৰেণীৰ লোক আছে। গুজৰাটে উন্নয়ন আৰু বিকাশৰ পথত দ্ৰুত আগুৱাই গৈ আছে আৰু এই যুঁজাৰু নেতাজনেও সময় বালিত তেওঁৰ পদচিহ্ন পেলাই অক্লান্তভাৱে ক্ৰমান্বয়ে মাইলৰ পাছত মাইল আগুৱাই গৈ আছে।
==কেন্দ্ৰীয় ৰাজনীতিত ভূমিকা==
==ব্যক্তিত্ব==
Line 48 ⟶ 71:
* 'গুজৰাট ৰত্ন' 'শ্ৰী পুণা গুজৰাটী সমাজ'ৰ শত বাৰ্ষিকী উপলক্ষে এই বঁটা প্ৰদান কৰা হয়।<ref>{{cite news|title=Narendra Modi to be presented 'Gujarat Ratna' today|url=http://articles.timesofindia.indiatimes.com/2012-03-18/pune/31207124_1_gujarati-community-centenary-year-kondhwa|accessdate=23 March 2012|newspaper=[[The Times of India]]|date=18 March 2012}}</ref>
* 'ই-ৰত্ন' 'কম্পিউটাৰ চোচাইটি অৱ ইণ্ডিয়া'ৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।<ref name=one>{{cite news |url=http://news.oneindia.in/feature/2012/twitter-followers-of-narendra-modi-cross-six-lakh.html |title=Twitter's Modi Express steams past 600,000 followers |date=1 May 2012 |accessdate=28 August 2012}}</ref>
* শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী– '[[ইণ্ডিয়া টুডে]]' আলোচনীয়ে ২০০৬ত দেশব্যাপি এটা চাৰ্ভে চলায় আৰু মোডীকমোদীক দেশখনৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ঘোষণা কৰে।<ref>{{cite news |url=http://www.indiatoday.com/itoday/20070212/nation1.html |title=Making Up For Lost Time |accessdate=12 February 2006 |work=[[India Today]] }}</ref>
* '[[:en:FDi magazine|এফ ডি আই মেগাজিন]]'ৰ দ্বাৰা '২০০৯ বৰ্ষৰ এফ ডি আই ব্যক্তিত্ব' এছীয় বিজেতা।<ref>{{cite news |url=http://www.sify.com/news/modi-wins-fdi-personality-of-the-year-award-news-features-jiznt2hiece.html |title=Modi wins fDi personality of the year award |date=25 August 2009 |publisher=[[Sify]] |accessdate=26 December 2012}}</ref>
* '[[:en:Time (magazine)|টাইম]]' আলোচনীৰ মাৰ্চ ২০১২ সংখ্যা এছীয় সংস্কৰণৰ বেটুপাতত ভূমুকি মাৰে। অতি কম সংখ্যক ভাৰতীয় ৰাজনীতিকৰহে আলোকচিত্ৰ ইয়াত প্ৰকাশ পাইছে।<ref name="livemint-20121222">{{cite news|url=http://www.livemint.com/Politics/PIvvXXb1O9V2vo56HiPqeO/The-many-faces-of-Narendra-Modi.html|title=The many faces of Narendra Modi|last=Pathak|first=Maulik|date=22 December 2012|work=live mint & The Wall Street Journal|accessdate=11 April 2013}}</ref>

==তথ্য  সংগ্ৰহ==
'''টোকা'''
{{notelist}}
Line 59 ⟶ 82:

==বাহ্যিক সংযোগ==
{{Commons category|Narendra Modi|নৰেন্দ্ৰ মোডীমোদী}}
'''Official'''
* [http://www.NarendraModi.in আনুষ্ঠানিক ৱেবছাইট]
* [http://pmindia.nic.in/index.php Official website (Prime Minister's office)]
* {{Official website|http://www.NarendraModi.in}} (personal)
* [http://www.bjp.org/leadership/shri-narendra-modi Official page on Bharatiya Janata Party's website]

'''Others'''
* [http://indianexpress.com/tag/narendra-modi/ Collected news and commentary] at the ''[[Indian Express]]''
* [http://timesofindia.indiatimes.com/topic/Narendra-Modi Collected news and commentary] at the ''[[Times of India]]''
* [http://www.ndtv.com/topic/narendra-modi Collected news and commentary] at the ''[[NDTV]]''
{{reflist|group=Books}}
* [http://www.narendramodi.in/apatkalme-gujarat/ Book titled 'Apatkalme Gujarat' by Narendra Modi in Hindi]

[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিৰ লগত জড়িত ব্যক্তি‎]]
Line 66 ⟶ 99:
[[শ্ৰেণী:ৰাজনীতিবিদ]]
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]

{{Persondata
|imageNAME = CMModi, Narendra Damodardas Modi.jpg
|ALTERNATIVE NAMES =
| SHORT DESCRIPTION =Indian politician
|DATE OF BIRTH =1950-09-17
|PLACE OF BIRTH =[[Vadnagar]], Gujarat, India
|DATE OF DEATH =
|PLACE OF DEATH =