নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

52 নং শাৰী:
১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ (বৰ্তমানৰ [[গুজৰাট]]) মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়।.<ref>{{cite news|url=http://timesofindia.indiatimes.com/city/ahmedabad/Modi-is-a-Teli-Ghanchi-OBC-BJP/articleshow/34084111.cms|title= 'Modi is a Teli-Ghanchi OBC': BJP|work=The Times of India|date=23 April 2014}}</ref><ref>{{cite news|url=http://www.hindustantimes.com/india-news/newdelhi/bjp-plays-modi-caste-card-to-run-down-nitish/article1-1078059.aspx|title= BJP plays Modi caste card to run down Nitish|work=Hindustan Times|date=18 June 2013}}</ref><ref>{{cite news|url=http://gujaratsamachar.com/index.php/articles/display_article/amdavad-obc-leader-prime-minister-must-now-stand-jnaatinum-card|title=OBC વડાપ્રધાન હોવા જોઈએ ભાજપ હવે જ્ઞાાતિનું કાર્ડ ઉતરશે|work=Gujarat Samachar|date=6 May 2014}}</ref> পিতৃৰ নাম আছিল দামোদৰদাস মোলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন। চাৰিজন সন্তানৰ মাজত পিতৃ-মাতৃৰ তেওঁ তৃতীয়টো সন্তান আছিল।<ref>{{cite web|title=Early lifeof Narendra Modi|url=http://indiatoday.intoday.in/story/narendra-modi-from-tea-vendor-to-pm-candidate/1/309693.html|publisher=India Today|accessdate=25 May 2014}}</ref> ভদনগৰ ৰেলৱে ষ্টেশ্যনত থকা দেউতাকৰ চাহৰ দোকানত মোদীয়ে সহায় কৰিছিল। কৈশোৰ কালত ভাতৃৰ সৈতে এটা বাছ আস্থানৰ ওচৰত এখন চাহৰ দোকান চলাইছিল।<ref name="Jose Caravan">{{cite news |url=http://www.caravanmagazine.in/reportage/emperor-uncrowned?page=1,1 |title=The Emperor Uncrowned |work=The Caravan |date=1 March 2012 |accessdate=11 April 2013 |last=Jose |first=Vinod K. |authorlink=Vinod Jose |pages=2–4}}</ref><ref>{{cite news |url=http://timesofindia.indiatimes.com/home/sunday-toi/special-report/On-Race-Course-road/articleshow/10025018.cms |title=On Race Course road? |work=The Times of India |first=Harit |last=Mehta |date=18 September 2011 |archiveurl=https://web.archive.org/web/20140130214030/http://articles.timesofindia.indiatimes.com/2011-09-18/special-report/30171588_1_narendra-modi-vibrant-gujarat-summit-prime-ministerial-candidate |archivedate=30 January 2014}}</ref> ১৯৬৭ চনত তেওঁ ভদনগৰৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। শিক্ষকৰ মতে মোদী এজন সাধাৰণ মানৰ আছিল, কিন্তু তেওঁ থিয়েটাৰৰ প্ৰতি বিশেষ ৰাপ আছিল।.<ref name="Jose Caravan" /><ref name="affidavit-varanasi">{{cite web|title=Affidavit of Narendra Modi for 2014 Indian General Elections (Varanasi)|url=http://affidavitarchive.nic.in/DynamicAffidavitDisplay/CANDIDATEAFFIDAVIT.aspx?YEARID=May-2014%20%28%20GEN%20%29&AC_No=77&st_code=S24&constType=PC|publisher=Election Commission of India|accessdate=22 May 2014}}</ref>
 
আঠ বছৰ বয়সতেই নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সংঘৰ পৰিচয় হয় আৰু তেওঁ স্থানীয় শাখাসমূহত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই তেওঁ লক্ষ্মণৰাও ইনামদাৰৰ সান্নিধ্য লাভ কৰে। তেৱেঁই পাছত মোদীৰ ৰাজনৈতিক গুৰু বুলি জনা যায়।<ref name="vakilsaheb">{{cite web|last=Unnithan|first=Sandeep|title=The man behind Modi: Lakshmanrao Inamdar|url=http://indiatoday.intoday.in/story/narendra-modi-lakshmanrao-inamdar-rss/1/359926.html|publisher=India Today|accessdate=22 May 2014|location=Ahmedabad|year=2014}}</ref><ref name="Marino 2014">{{cite book |last=Marino |first=Andy |title=Narendra Modi: A Political Biography|year=2014 |publisher=HarperCollins India |isbn=9351362183 |url=http://books.google.co.in/books?id=3ylIAwAAQBAJ&pg=PT43}}</ref><ref name="namo-dedicated life">{{cite web|title=Narendra Modi: Dedicated Life|url=http://www.narendramodi.in/the-activist/|publisher=Narenndra Modi|accessdate=22 May 2014}}</ref><ref name="Pathak TNN" /><ref name="new-india-express-">{{cite web|last=Debasree|title=Will former tea vendor be India’s next PM?|url=http://plus.newindianexpress.com/will-former-tea-vendor-be-indias-next-pm/narendramodi/1126|publisher=The New Indian Express|accessdate=22 May 2014|year=2014}}</ref>
 
পিতৃ-মাতৃয়ে ঘাঞ্চী জাতিৰ পৰম্পৰা অনুসৰি নৰেন্দ্ৰ মোদীৰ বাল্য বিবাহ কৰোৱায়। তেৰ বছৰ বয়সতে তেওঁ যশোদাবেনৰ লগত তেওঁৰ বিয়া থিক কৰা হয় আৰু ১৮ বছৰ হওঁতেই দুয়ো বিবাহ পাশত আৱদ্ধ হয়।<ref name="Jose Caravan" /><ref>{{cite news |url=http://www.financialexpress.com/news/i-like-to-read-about-him-(narendra-modi)...-i-know-he-will-become-pm-wife-jashodaben/1222311 |title=Narendra Modi's 'wife' Jashodaben finally speaks, 'I like to read about him (Modi)... I know he will become PM' |work=The Financial Express |date=1 February 2014 |accessdate=13 April 2014}}</ref>
তেওঁলোক দুয়ো খুব কম সময় একেলগে অতিবাহিত কৰে। কাৰণ মোদীয়ে ইতিমধ্যে পৰিব্ৰাজকৰ জীৱন অনুসৰণ কৰাৰ সিদ্ধান্ত লোৱাত দুয়ো বিচ্ছিন্ন হয়।<ref name="Jose Caravan" /><ref>{{cite news |url=http://www.financialexpress.com/news/i-like-to-read-about-him-(narendra-modi)...-i-know-he-will-become-pm-wife-jashodaben/1222311 |title=Narendra Modi's 'wife' Jashodaben finally speaks, 'I like to read about him (Modi)... I know he will become PM' |work=The Financial Express |date=1 February 2014 |accessdate=13 April 2014}}</ref> ২০০২ চনৰ পৰা চাৰিবাৰকৈ বিধান সভাৰ নিৰ্বাচনত মোদীয়ে মনোনয়ন পত্ত দাখিল কৰোতে বিবাহৰ অংশটো খালীকৈ ৰাখিছিল। ২০১৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যশোদাবেন চিমনলাল নিজৰ বৈধ পত্নী মোদীয়ে স্বীকাৰ কৰে।<ref>{{cite news |title=I am single, so best man to fight graft: Narendra Modi |url=http://timesofindia.indiatimes.com/india/I-am-single-so-best-man-to-fight-graft-Narendra-Modi/articleshow/30536843.cms? |work=The Times of India |first=Anand |last=Bodh |date=17 February 2014 |accessdate=13 April 2014}}</ref><ref>{{cite news |url=http://timesofindia.indiatimes.com/home/lok-sabha-elections-2014/news/Jashodaben-is-my-wife-Narendra-Modi-admits-under-oath/articleshow/33521705.cms |title=Jashodaben is my wife, Narendra Modi admits under oath |work=The Times of India |date=10 April 2014 |accessdate=11 April 2013}}</ref>
 
২০১৪ চনত প্ৰকাশিত ''Kishore Makwana's Common Man Narendra Modi''ৰ মতে মোদীয়ে ১৭ বছৰ বয়সত ঘৰ এৰি ৰাজকোটত থকা ৰামকৃষ্ণ মিশ্যন আৰু তাৰ পিছত কলকাতাৰ বেলুৰ মথলৈ যায়। ইয়াৰ পিছত তেওঁ [[গুৱাহাটী]]লৈ যায় আৰু স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰা অলমোৰাত অৱস্থিত আন এখন আশ্ৰমলৈ যায়। দুবছৰৰ পিছত তেওঁ ঘৰলৈ ঘূৰি আহে। কিছুদিন বিশ্ৰাম কৰি তেওঁ [[আহমেদাবাদ]]লৈ যায় আৰু তাত খুড়াকৰ এখন চাহৰ দোকানত সহায় কৰে। তাতেই তেওঁ লক্ষ্মণৰাও ইনামদৰক পুনৰ লগ পায়।<ref name="vakilsaheb" /><ref name="Marino 2014" />><ref name="livemint-modi-growth">{{cite web|last=Mukhopadhyay|first=Nilanjan|title=Narendra Modi: The making of the political leader|url=http://www.livemint.com/Politics/9NIOOTsZCFWnuFX5OO9XNL/Narendra-Modi-The-making-of-the-political-leader.html|accessdate=22 May 2014|year=2014}}</ref> ইয়াৰ পিছত তেওঁ [[Gujarat State Road Transport Corporation|গুজৰাট ৰাজ্যিক পথ পৰিবহন নিগম]]ৰ ষ্টাফ কেণ্টিনত কাম কৰে। ১৯৭০ চনত আৰ এছ এছ ৰ এজন পূৰ্ণকালীন প্ৰচাৰক ৰূপে যোগদান কৰাৰ পিছত তেওঁ সেই কাম বাদ দিয়ে।<ref name="Pathak TNN" /> ১৯৭৮ চনত দূৰ শিক্ষাৰ মাধ্যমৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।<ref name="Marino 2014" /><.<ref name="IT13092013">{{cite news |url=http://indiatoday.intoday.in/story/narendra-modi-from-tea-vendor-to-pm-candidate/1/309693.html |title=Narendra Modi: From tea vendor to PM candidate |work=India Today |date=13 September 2013|accessdate=20 April 2014}}</ref> আৰ এছ এছৰ এজন প্ৰচাৰক হৈ থাকোঁতেই ১৯৮৩ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা একে বিভাগতে স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে।<ref name="affidavit-varanasi" /><ref>{{cite news|url=http://www.hindu.com/thehindu/holnus/000200712231550.htm |title=Modi proves to be an astute strategist |work=The Hindu |date=23 December 2007 |accessdate=17 April 2014}}</ref> ইয়াৰ পিছতো তেওঁ বেলুৰ মথ মাজেসময়ে ভ্ৰমণ কৰে <ref name="Shri Modi meets Swami Atmasthananda" >https://www.youtube.com/watch?v=09t7I6ngIr8 </ref><ref name="Modi invited to Belur Math">http://articles.economictimes.indiatimes.com/2014-05-26/news/50099180_1_narendra-modi-swami-vivekananda-belurmath </ref> আৰু ৰামকৃষ্ণ মিশ্যন {{enwiki|Ramakrishna Mission}}ৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা তেওঁ উল্লেখ কৰে।<ref name="Story of attachment to Belur Math" >https://www.youtube.com/watch?v=b6M2D6tyhQc</ref>
 
==প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন==
<!--
[[ভাৰত-পাকিস্তান যুদ্ধ]]ৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল।<ref name="१९६५">{{cite news| url = http://aajtak.intoday.in/story/modi-did-service-of-indian-soldiers-during-indo-pak-war.-1-716386.html
ষাঠিৰ দশকৰ মাজভাগত হোৱা [[ভাৰত-পাকিস্তান যুদ্ধ]]ৰ সময়ত এজন চেমনীয়া হিচাপে তেতিয়াই ৰে'ল ষ্টেচনৰ ট্ৰেনজিট কেম্পসমূহত সৈনিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৬৭ চনত, তেওঁ [[গুজৰাট]]ৰ বানাক্ৰান্ত লোকসকলক সেৱা আগবঢ়াইছিল। দুৰ্দান্ত সাংগঠনিক ক্ষমতাৰ অধিকাৰী আৰু মানুহৰ মনস্তত্বৰ অভ্যন্তৰত গভীৰ অন্তৰ্দৃষ্টি থকা মোদীয়ে [[অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ]]ত (এ বি ভি পি) সেৱা আগবঢ়াইছিল আৰু গুজৰাটৰ বিভিন্ন সামাজিক-ৰাজনৈতিক আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল{{Cn}}। তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত (আৰ এছ এছ) কাম কৰিবলৈ আৰম্ভ কৰিছিল। নৰেন্দ্ৰ মোদীয়ে ১৯৭৪ চনৰ নৱনিৰ্মাণ দুৰ্নীতি বিৰোধী আন্দোলন আৰু ১৯ মাহৰ জৰুৰী অৱস্থাকে (জুন ১৯৭৫ৰ পৰা জানুৱাৰী ১৯৭৭) ধৰি বিভিন্ন ঘটনা প্ৰৱাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোদীয়ে এই সমগ্ৰ কালছোৱা আত্মগোপন কৰি আৰু সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰৰ ফেচীবাদী নীতিৰ বিৰুদ্ধে শক্তিশালী যুঁজ কৰি গণতন্ত্ৰৰ উদ্যম বজাই ৰাখিছিল{{Cn}}। -->
| title = भारत-पाक युद्ध में मोदी ने की थी भारतीय सैनिकों की सेवा
|work=आज तक
|location=नई दिल्ली
|date = २० दिसंबर २०१२
|accessdate=२४ मार्च २०१३}}</ref>
 
==প্ৰাৰম্ভিক ৰাজনৈতিক জীৱন==