অশ্বক্ৰান্ত মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
লিংক, শ্ৰেণী
1 নং শাৰী:
'''অশ্বক্ৰান্ত মন্দিৰ''' ব্ৰহ্মপুত্ৰৰ[[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰত [[উত্তৰ গুৱাহাটীতগুৱাহাটী]]ত অৱস্থিত তীৰ্থস্থান৷ইয়াততীৰ্থস্থান৷ ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে৷এটাআছে৷ এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত৷কিংবদন্তিঅৱস্থিত৷ কিংবদন্তি অনুসৰি নৰকাসুৰক[[নৰকাসুৰ]]ক বধ কৰিবৰ অৰ্থে [[শ্ৰীকৃষ্ণ]] [[কামৰূপ কামৰূপলৈৰাজ্য|কামৰূপ]]লৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়৷কোনোহয়৷ কোনো কোনোৱে এই অঞ্চলক ''অশ্বক্লান্ত'' বুলিও কয়৷জনশ্ৰুতিকয়৷ জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল৷ইয়াতেইকৰিছিল৷ ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়৷ব্ৰহ্মপুত্ৰৰপায়৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়৷শ্ৰীকৃষ্ণইযায়৷ শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ৷পৌৰাণিক''বিষ্ণুপদ''৷ পৌৰাণিক শাস্ত্ৰ মতে এয়ে ''অশ্বগয়া'' আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়৷আজিকালিহয়৷ আজিকালি ʼঅশ্বক্লান্তʼ বা ʼঅশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়৷পাহাৰৰযায়৷

পাহাৰৰ নামনি অংশত অৱস্থিত মন্দিৰটোৰ কাষতে অশ্বক্ৰান্ত নামৰ এটা কুণ্ডও আছিল৷বৰ্তমানআছিল৷ বৰ্তমান অৱশ্যে এই কুণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত লীন গʼল৷চʼতগʼল৷ চʼত মাহৰ [[অশোকাষ্টমী তিথিততিথি]]ত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়৷১৭২০হয়৷ ১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই[[শিৱসিংহ]]ই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়৷হিন্দুসকলৰযায়৷ হিন্দুসকলৰ বাবে অশ্বক্ৰান্তৰ মাহাত্ম্য অসীম৷সত্যঅসীম৷ সত্য যুগত পুষ্কৰ,ত্ৰেতাত নৈমিষাৰণ্য,দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত৷মন্দিৰটোৰপ্ৰচলিত৷ মন্দিৰটোৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা৷<ref>বিশ্ব ঐতিহ্য,দ্বিতীয় প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ১০</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অসমৰ ধৰ্মীয় স্থান]]