ডেন ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ সলনি
1 নং শাৰী:
{{বিস্তাৰ}}
{{পোখালি}}
{{Infobox writer
| name = ডন ব্ৰাউন
41 নং শাৰী:
গোপন সংকেত, পাজল আদিলৈ ব্ৰাউনৰ আকৰ্ষণ ল'ৰালিতে গঢ় লৈ উঠিছিল। ব্ৰাউনৰ ঘৰত কোড, গোপন সাংকেতিক বাৰ্তা আদিয়ে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মক্ষেত্ৰ গণিত,ভাষা আৰু সংগীতক বান্ধি ৰাখিছিল। ব্ৰাউনে ঘণ্টাৰ পিছত ঘ্ণ্টা এনাগ্ৰাম আৰু শব্দৰ পাজল সমাধান কৰি কটাইছিল। তেওঁ আৰু সহোদৰ কেইজন বন্ধৰ দিন বা জন্মদিনবোৰত দেউতাকে আয়োজন কৰা গোপন খাজনা সন্ধান কৰা অভিযানত অংশগ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে দেউতাকে বৰদিনত উপহাৰ পোণপটীয়াকৈ নিদি লুকাই ৰাখিছিল আৰু তেওঁ তৈয়াৰ কৰা আৰু গোটেই ঘৰ বা চহৰৰ কিছু অংশত লুকাই ৰখা পাজল,ক্লু, খাজনাৰ মেপ আদি অনুসৰণ কৰি বিচাৰি উলিয়াব লগা হৈছিল। The Da Vinci Codeৰ ছফী ন্যেভু([[:en:List of The Da Vinci Code characters|Sophie Neveu]]) আৰু জ্যাকাচ চ'নিয়ে([[:en:List of The Da Vinci Code characters|Jacques Sauniere]]) চৰিত্ৰ দুটাত ব্ৰাউন আৰু তেওঁৰ দেউতাকৰ মাজৰ সম্পৰ্কৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে আৰু ২৩ নং অধ্যায়টো শৈশৱৰ এটি খাজনা সন্ধান অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে।
 
 
==তথ্য সংগ্ৰহ==