খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
2 নং শাৰী:
| bgcolour = lightgray
| name = খগেন মহন্ত
| alias = বিহু সম্ৰাট
| image = khagen.jpg
| image_size = 220px
8 নং শাৰী:
| birth_date = ১৯৪২ চনৰ ১৭ আগষ্ট
| background =
| birth_place = [[নগাঁও জিলা]]
| spouse = [[অৰ্চনা মহন্ত]]
| partner =
| children = [[অংগৰাগ মহন্ত]]
| parents = হৰেন্দ্ৰ নাথ মহন্ত, লক্ষ্মীপ্ৰিয়া দেৱী
| death_date =
|origin = [[অসম]], [[ভাৰত]]
| genre = আধুনিক, লোক-সংগীত
Line 17 ⟶ 20:
| nationality = ভাৰতীয় {{flagicon|IND}}
| label = বিভিন্ন
| awards = ফিল্মক্ৰাফট বঁটা (Film Craft Award, ১৯৮৮) <br> সংগীত নাটক একাডেমী ([[:en: Sangeet Natak Academy| Sangeet Natak Academy]], ১৯৯২) <br> শ্ৰীময় বঁটা (Shrimoy Award, ১৯৯৪) <br> সংগীতাচাৰ্য (Sangeetacharya, ১৯৯৯) <br>
| associated_acts =
| website =
}}
'''খগেন মহন্ত''' ({{lang-en|KhagenMahanta}}, জন্ম:১৯৪২) [[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ
==শৈশৱ
[[File:Khagen Mahanta & Family.gif|thumb|<center>খগেন মহন্ত আৰু পৰিয়াল<center>]]
১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত [[নগাঁও জিলা]]
==কৰ্মজীৱন==
আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ
==ব্যক্তিগত জীৱন==
খগেন মহন্ত ১৯৬৫ চনত [[অৰ্চনা মহন্ত]]ৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ [[অংগৰাগ মহন্ত]]ও বৰ্তমান পিতৃৰ আদৰ্শৰে অসমীয়া সংগীতজগতক উজ্জ্বলাই তুলিছে।
==মৃত্যু==
==সংগীত জগতলৈ অৱদান==
[[File:Khagen & Archana.jpg|thumb|<center>খগেন মহন্ত আৰু অৰ্চনা মহন্ত<center>]]
১৯৬০ চনৰ [[অসমৰ ভাষা আন্দোলন]]ৰ সময়ত [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[হেমাঙ্গ বিশ্বাস]] আৰু [[যুগল দাস]]ৰ দ্বাৰা নিৰ্মান কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল৷<ref name=vedanti></ref> অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ '''কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে''', '''মা আমি শদিয়ালৈ যামেই''', '''পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি''', '''পাহাৰৰ জুৰিটি পিৰীতি সাৱটি''', আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল৷ তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা [[লোকগীত]]ৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰি এক মহত দায়িত্ব পালন কৰি আহিছে৷ কলাগুৰু [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা '''এয়ে মোৰ শেষ গান''' গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজায় তুলিছিল৷<ref name=dainik></ref>
==আত্মজীৱনী==
খগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮ টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।<ref name=" দৈনিক জনমভূমি" />
==অনুষ্ঠান পৰিৱেশন==
Line 46 ⟶ 59:
# শ্ৰীক্ষয় বঁটা (১৯৯৪)
# সংগীতাচাৰ্য বঁটা (১৯৯৯)<ref name=dainik></ref>
;নেপালত সন্মান
১৯৬৫ চনত [[নেপাল]]ৰ তেতিয়া ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত খগেন মহন্তই গাইছিল। তেতিয়াৰ কণমানি খগেন মহন্তৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈছিল আৰু ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে আজিও পিন্ধি থাকে।<ref name=" দৈনিক জনমভূমি" />
==চলচ্চিত্ৰ==
Line 57 ⟶ 73:
# প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ৷<ref name=dainik></ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
==বাহ্যিক সংযোগ==
|