খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
| image_size = 220px
| caption =
| birth_date = ১৯৪২ চনৰ ১৭ আগষ্ট, ১৯৪২ চন
| background =
| birth_place = [[নগাঁও জিলা]]ৰ জাজৰি বগৰিগুৰি
13 নং শাৰী:
| children = [[অংগৰাগ মহন্ত]]
| parents = হৰেন্দ্ৰ নাথ মহন্ত, লক্ষ্মীপ্ৰিয়া দেৱী
| death_date = ১২ জুন, ২০১৪ চন (৭২ বছৰ)
|origin = [[অসম]], [[ভাৰত]]
| genre = আধুনিক, লোক-সংগীত
25 নং শাৰী:
}}
 
'''খগেন মহন্ত''' ({{lang-en|KhagenMahanta}}, জন্ম:১৯৪২) [[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে। অসমৰ অন্যতম লোকসংগীত [[বিহু]]ৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে তেওঁক '''King of Bihu'''<ref name=vedanti>http://www.vedanti.com/Legends/khagen_mahanta.htm</ref> বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত।<ref name=" দৈনিক জনমভূমি ">{{cite journal | title= ৭২ত ভৰি দিলে বিহু সম্ৰাট, গণ শিল্পী খগেন মহন্তই | author= দেৱজিত শৰ্মা, গুৱাহাটী | journal=দৈনিক জনমভূমি, যোৰহাট | year= ১৮ আগষ্ট, ২০১৩ | month= (১ ভাদ, ১৯৩৫ শক) | pages= দহ পৃষ্ঠা}}</ref><ref name="ibnlive.in.">{{cite web | url=http://ibnlive.in.com/news/assams-popular-folk-singer-khagen-mahanta-dead/478642-3-251.html | title=Assam's popular folk singer Khagen Mahanta dead | publisher=ibnlive.in.com | date=Jun 12, 2014 | accessdate=12 জুন 2014 | author=Press Trust of India}}</ref>
 
==শৈশৱ ==
[[File:Khagen Mahanta & Family.gif|thumb|<center>খগেন মহন্ত আৰু পৰিয়াল<center>]]
১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত [[নগাঁও জিলা]]ৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল।<ref name="no more">{{cite web | url=http://www.newstimeassam.co.in/newsupdates/index.php?aID=1282#.U5nOYPmSxvA | title=King of Bihu’ Khagen Mahanta no more | publisher=news time assam | date=June 12th, 2014 | accessdate=12 জুন 2014}}</ref> পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ব কৰিবলৈ সক্ষম হৈছিল। [[সত্ৰীয়া নৃত্য]]ৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।<ref name=dainik></ref>
 
==কৰ্মজীৱন==
38 নং শাৰী:
 
==মৃত্যু==
Khagen Mahanta died at his residence on Thursday after a prolonged illness. He was 72 and was suffering from coronary and related ailments for the last year and passed away at 3:30 p.M. At his residence in Ambikagiri area.<ref name="ibnlive.in." />
২০১৪ চনৰ ১২ জুন তাৰিখে বিয়লি ৩ বাজি ৩০ মিনিটত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত ৭২ বছৰ বয়ষত খগেন মহন্তৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতে পত্নী অৰ্চনা মহন্ত আৰু পুত্ৰ অংগৰাগ মহন্ত (পাপন)ক এৰি যায়। তেওঁৰ মৃত্যুৱে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলায়।<ref name="ibnlive">{{cite web | url=http://ibnlive.in.com/news/assams-popular-folk-singer-khagen-mahanta-dead/478642-3-251.html | title=Assam's popular folk singer Khagen Mahanta dead | publisher=IBN Live | accessdate=12 জুন 2014}}</ref>
 
==সংগীত জগতলৈ অৱদান==
[[File:Khagen & Archana.jpg|thumb|<center>খগেন মহন্ত আৰু অৰ্চনা মহন্ত<center>]]
১৯৬০ চনৰ [[অসমৰ ভাষা আন্দোলন]]ৰ সময়ত [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[হেমাঙ্গ বিশ্বাস]] আৰু [[যুগল দাস]]ৰ দ্বাৰা নিৰ্মান কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল৷কৰিছিল।<ref name="no more" /><ref name=vedanti></ref> অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ '''কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে''', '''মা আমি শদিয়ালৈ যামেই''', '''পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি''', '''পাহাৰৰ জুৰিটি পিৰীতি সাৱটি''', আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল৷ তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা [[লোকগীত]]ৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰি এক মহত দায়িত্ব পালন কৰি আহিছে৷ কলাগুৰু [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা '''এয়ে মোৰ শেষ গান''' গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজায় তুলিছিল৷<ref name=dainik></ref>
 
===অনুষ্ঠান পৰিৱেশন===
==আত্মজীৱনী==
খগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮ টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।<ref name=" দৈনিক জনমভূমি" />
 
==অনুষ্ঠান পৰিৱেশন==
# মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোত্সৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী৷ (১৯৫৯)
# গুৱাহাটী আকাশবাণীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড<ref name="ibnlive.in." /> (১৯৬১)
# সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত [[নেপাল]] যাত্ৰা আৰু সংগীত পৰিৱেশন৷ (১৯৬৫)
# বিট্ৰেইনত সংগীত পৰিৱেশন৷ (১৯৯৬)<ref name=dainik>আজিৰ দৈনিক বাতৰি, অনুভূতি, গুৱাহাটী, ২৪ জুন ২০১২</ref>
 
===চলচ্চিত্ৰ===
# ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান৷ মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনা৷
# শকুন্তলা চিনেমাত অভিনয় ৷ (১৯৬১)
# ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত৷ (১৯৮৯)
# ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত '[[অ' মোৰ আপোনাৰ দেশ]]' গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হয়৷<ref name=dainik></ref>
 
===গ্ৰামোফোন ডিস্ক আৰু কেছেট===
# গ্ৰামোফোন ডিস্কত সহস্ৰাধিক [[লোকসংগীত]], পৰম্পৰাগত-ধৰ্মীয়, সুগম সংগীত আদি এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়৷
# প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ৷<ref name=dainik></ref>
==বঁটা-সন্মান==
Line 64 ⟶ 71:
১৯৬৫ চনত [[নেপাল]]ৰ তেতিয়া ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত খগেন মহন্তই গাইছিল। তেতিয়াৰ কণমানি খগেন মহন্তৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈছিল আৰু ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল। আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে আজিও পিন্ধি থাকে।<ref name=" দৈনিক জনমভূমি" />
 
==আত্মজীৱনী==
==চলচ্চিত্ৰ==
খগেন মহন্তই চিত্ৰ সংবাদ নে শিল্পীৰ পৃথিৱীত ১৮ টা মান খণ্ড তেওঁ নিজ জীৱনৰ বিষয়ে লিখিছিল। কিন্তু সেই আলোচনী কিবা কাৰণত বন্ধ হৈ গ’ল। ফলত তেওঁৰ লেখাও বন্ধ হ’ল।<ref name=" দৈনিক জনমভূমি" />
# ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান৷ মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনা৷
# শকুন্তলা চিনেমাত অভিনয় ৷ (১৯৬১)
# ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত৷ (১৯৮৯)
# ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত '[[অ' মোৰ আপোনাৰ দেশ]]' গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হয়৷<ref name=dainik></ref>
 
==গ্ৰামোফোন ডিস্ক আৰু কেছেট==
# গ্ৰামোফোন ডিস্কত সহস্ৰাধিক [[লোকসংগীত]], পৰম্পৰাগত-ধৰ্মীয়, সুগম সংগীত আদি এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়৷
# প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ৷<ref name=dainik></ref>
 
==তথ্য সংগ্ৰহ==