Content deleted Content added
নতুন পৃষ্ঠা: {{স্বাগতম}} ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছ...
(কোনো পাৰ্থক্য নাই)

15:42, 19 June 2014ৰ সংস্কৰণ

ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে জেঠুৱা উৎসৱ পৃষ্ঠাখনত লিখা অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। Saidul Islam 15:41, 19 জুন 2014 (UTC)