নতুন পৃষ্ঠা: {{স্বাগতম}} ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছ...
 
পৃষ্ঠাটো খালী কৰা হ'ল
 
1 নং শাৰী:
{{স্বাগতম}}
 
ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে [[জেঠুৱা উৎসৱ]] পৃষ্ঠাখনত লিখা ''অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি'' ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। [[সদস্য:Saidul776|Saidul Islam 15:41, 19 জুন 2014 (UTC)]]