নতুন পৃষ্ঠা: {{স্বাগতম}} ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছ...
 
→‎তথ্যসূত্ৰ: নতুন অনুচ্ছেদ
2 নং শাৰী:
 
ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে [[জেঠুৱা উৎসৱ]] পৃষ্ঠাখনত লিখা ''অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি'' ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। [[সদস্য:Saidul776|Saidul Islam 15:41, 19 জুন 2014 (UTC)]]
 
== তথ্যসূত্ৰ ==
 
"[[হাৰ্হি দেৱালয়]]" আৰু ''[[জেঠুৱা উৎসৱ]]" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:16, 21 জুন 2014 (UTC)