টিউৰিং পৰীক্ষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
'''টিউৰিং পৰীক্ষা''' এনে এক পৰীক্ষা যাৰ দ্বাৰা এটি প্ৰজ্ঞাযন্ত্ৰৰ প্ৰজ্ঞাচৰণৰ ক্ষমতা যতমান মানৱ-সম অথবা মানৱ-সদৃশ তাৰ পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ বিষদ-বৰ্ণিত আদি-নিদৰ্শণ এনে আছিল যত এজন প্ৰকৃত-মানৱ বিচাৰকে আন এজন প্ৰকৃত-মানৱ আৰু এটা মানৱ-সদৃশ প্ৰজ্ঞাচৰণৰ বাবে তৈয়াৰ কৰা প্ৰজ্ঞাযন্ত্ৰৰ সৈতে সাধাৰণ মানৱীয়-প্ৰাকৃতীশ ভাষাৰে বাৰ্তালাপত নিমজ্জিত হয়। বাৰ্তালাপত অংশগ্ৰহনকাৰী কোনো কাৰোৰে দৃষ্টিগোচৰত নাথাকে। যদিহে বিচাৰক জনে বাৰ্তালাপৰ অন্তত যন্ত্ৰ আৰু মানুহজনক দৃঢ়তাৰে নিদিষ্ট কৰিব নোৱাৰে তেন্তে যন্ত্ৰটো এই পৰীক্ষাত উৰ্ত্তীন হৈছে বুলি কোৱা হয়। এই পৰীক্ষাটোৱে প্ৰজ্ঞাযন্ত্ৰটিৰ শুদ্ধকৈ প্ৰশ্নোত্তৰ দিব পৰাৰ ক্ষমতা নেচাই বৰঞ্চ প্ৰশ্নোত্তৰ সমূহ কিমান যুক্তিমানৱ-প্ৰজ্ঞাপ্ৰকাশ্য তাকহে চায়। বাৰ্তালাপ লিখিত ৰুপত যেনে এখন বৰ্ণবুটাম-ফলি আৰু বিজুলী-পৰ্দাৰ মাধ্যমেৰে কৰোৱা হয় যাতে প্ৰজ্ঞাযন্ত্ৰৰ লিখিত শব্দক শ্ৰুতিগোচৰ কৰিব পাৰা-নোৱাৰাৰ ওপৰত পৰীক্ষাৰ ফলাফল নিৰ্ভৰ নকৰে।
 
১৯৫০ চনত [[এলান ট্যুৰিং|এলান ট্যুৰিঙে]] এই পৰীক্ষাৰ কথা উপস্থাপন কৰে।
==তথ্যসূত্ৰ==
{{reflist}}