অধিবৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 116 interwiki links, now provided by Wikidata on d:q19828 (translate me)
+ ছবি
1 নং শাৰী:
'''অধিবৰ্ষ''' বা '''লিপ ইয়েৰ''' হৈছে [[পঞ্জিকা]]ৰ এটা অতিৰিক্ত [[দিন]]৷ যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ [[জ্যোতিৰ্বিজ্ঞান]]ৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত [[বছৰ|এবছৰ]] হয়৷ কিন্তু প্ৰকৃততে [[পৃথিৱী]]য়ে [[সূৰ্য]]ক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ [[দিন]] ৫ [[ঘণ্টা]] ৪৯ [[মিনিট]] ১২ [[ছেকেণ্ড]] [[সময়]] লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘ্ণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷<ref>[http://ajirdainikbatori.com/index.htm] আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২</ref>
 
[[Image:February-2012-calendar.jpg|thumb|right|200px|<center>২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লিপ ইয়েৰ দেখুওৱা এখন কেলেণ্ডাৰৰ দৃশ্য<center>]]
==গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ==
বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷<ref>[http://www.infoplease.com/spot/leapyear1.html] Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২</ref>
 
{| width=640
|[[File:Gregoriancalendarleap solstice.svg]]<br>''This graph shows the variations in date and time of the [[Solstice|June Solstice]] due to unequally spaced "leap day" rules. Contrast this with the Iranian [[Solar Hijri calendar#Accuracy|Solar Hijri calendar]], which has 8 leap year days every 33 years.''
|}
 
==জন্মদিন==
Line 11 ⟶ 14:
# [[মোৰাৰজী দেশাই]] :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷
 
==তথ্য সংগ্ৰহ==
 
==তথ্যসূত্ৰ==
<references />
 
Line 18 ⟶ 20:
* http://www.timeanddate.com/date/leapyear.html
* http://www.infoplease.com/spot/leapyear1.html
 
 
{{Time topics}}
 
[[শ্ৰেণী:সময়]]
"https://as.wikipedia.org/wiki/অধিবৰ্ষ"ৰ পৰা অনা হৈছে