১৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ৱিকিশৈলী প্ৰদান
1 নং শাৰী:
{{wikifyTime stub}}
বুৰঞ্জীৰ জলঙাৰে আজিৰ দিনটো...
 
'''১৭ জুন''' গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৬৮ তম ([[অধিবৰ্ষ]]ত ১৬৯ তম) [[দিন]]। [[বুৰঞ্জী]]ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলচবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় (১৯০৩ চন)।
 
(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলচবিবোলছবি নিৰ্মাতা ৰূপকোঁৱৰ [[জ্যোতিপ্ৰসাদ আগৰৱালাৰআগৰৱালা]]ৰ জন্ম হয় (১৯০৩ চন)।
 
(২) উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোত।
 
(৩) ১৯৯১ চনত ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী ]]চৰ্দাৰ বল্লভভাই পেটেল]] আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী [[ৰাজীৱ গান্ধীলৈগান্ধী]]লৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।
 
(৪) চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে ৷
 
(৫) ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল [[লৰ্ড কেনিঙৰকেনিঙ]]ৰ ইংলেণ্ডত মৃত্যু হয় ১৮৬২ আজিৰ দিনটোতে।
 
(৬) ১১২৮ চনৰ আজিৰ দিনটোত কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
 
(৭) আজি আইচলেণ্ডৰ[[আইচলেণ্ড]]ৰ ৰাষ্ট্ৰীয় দিৱস।
 
 
 
== বাহ্যিক সংযোগ ==
{{commons|Category:17 June}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/june/17 বিবিচি: এই দিনত]
 
----
{{Months}}
{{-}}
[[শ্ৰেণী:বৰ্ষপঞ্জি]]
[[শ্ৰেণী:জুন]]
"https://as.wikipedia.org/wiki/১৭_জুন"ৰ পৰা অনা হৈছে