ৱাল্ট ডিজনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
img
20 নং শাৰী:
| signature = Walt Disney Signature 2.svg
}}
[[File:Newman Laugh-O-Gram (1921).webm|thumb|thumbtime=2|upright=1.5|''Newman Laugh-O-Gram'' (1921)]]
 
'''ৱাল্টাৰ এলিয়াচ''' "'''ৱাল্ট'''" '''ডিজনী''' (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল <ref>{{cite news|title=Walt Disney Helped Wernher von Braun Sell Americans on Space|url=http://www.space.com/news/spacehistory/vonbraun_disney_020813.html| agency=Associated Press |author= Dave Bryan |date= 2002-08-13|accessdate=2010-09-27 }}</ref> আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মান আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া। ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে। সংস্থাটোক এতিয়া [[ৱাল্ট ডিজনী কোম্পানী]] বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ।