No edit summary
6 নং শাৰী:
 
"[[হাৰ্হি দেৱালয়]]" আৰু "[[জেঠুৱা উৎসৱ]]" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:16, 21 জুন 2014 (UTC)
 
==চিকিৎসা বৈজ্ঞানিক তথ্য==
 
আপুনি আৰম্ভ কৰা [[চজিনা]] আৰু [[তিতা কেৰেলা]] প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিস্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে [[আলো ভেৰা]]ৰ মানুহে বিস্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 01:53, 11 জুলাই 2014 (UTC)