৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ==জন্ম== # লিবিয়াৰ ইজৰাইল-বিৰোধী আন্দোলনৰ নেতা ‘‘মোৱাম্মাৰ মহ...
 
No edit summary
15 নং শাৰী:
# ১৯৭২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধিৱেশনত [[শ্বিলং]]ৰপৰা অসমৰ ৰাজধানী [[দিছপুৰ]]লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
# ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে ১৯৭৯ চনৰ আজিৰ দিনটোতে । ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।
 
{{-}}
{{Months}}
[[শ্ৰেণী:বৰ্ষপঞ্জি]]
[[শ্ৰেণী:জুন]]
"https://as.wikipedia.org/wiki/৭_জুন"ৰ পৰা অনা হৈছে