চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
15 নং শাৰী:
| signature =
}}
 
গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে পৰিচিত '''চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এটিএজন চিৰনমস্যগল্পকাৰ নামআৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল ।হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে ।মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে ।কৰে। "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় । তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>।
 
==সময়ৰেখা==
Line 62 ⟶ 63:
==তথ্য সংগ্ৰহ==
{{reflist}}
 
 
 
{{Navbox assam biography}}